Posts

Showing posts with the label Class-12 মুদ্ৰা আৰু বেংক ব্যৱস্হা

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12 মুদ্ৰা আৰু বেংক ব্যৱস্হা

  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১ মুদ্ৰা কি? উত্তৰ:-যিকোনে  এটা দ্ৰৱ্য বা বস্তু যেতিয়া বিনিময় ৰ মাধ্যম  হিচাপে সকলোৱে গ্ৰহণ  কৰে তেতিয়া তাক মুদ্ৰা বোলে। ২। আদেশী মুদ্ৰা কি?  উত্তৰ:- চৰকাৰৰ আদেশত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয়,তেনে মুদ্ৰাক আদেশী মুদ্ৰা বোলে। ৩। উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা কি? উত্তৰ:- মুদ্ৰাৰ যোগানৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে,সেই অংশটোকে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা  বোলে। ৪। মুদ্ৰাৰ প্ৰচলন বেগ কি? উত্তৰ:- এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰাই যিমনবাৰ বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য় সম্পন্ন কৰে,তাকে মুদ্ৰাৰ প্ৰচলন বেগ বোলে। ৫। নগত সংৰক্ষণ অনুপাত কি? উত্তৰ:-বেংকৰ মুঠ আমানতৰ যিটো অংশ দেশৰ কেন্দ্ৰীয় বেংকত জমা থোৱা হয়,তাকে নগত সংৰক্ষণ অনপাত বোলে। ৬। বেংকৰ সুদৰ হাৰ কি? উত্তৰ:-যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বানিজ্যিক বেংকবোৰক মুদ্ৰাৰ যোগান ধৰে ,সেই হাৰটোকে বেংকৰ সুদৰ হাৰ বোলে। ৭। বিনিময় প্ৰথা কি? উত্তৰ:- যেতিয়া সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিম.য় কৰা হয়,তাকে বিনিময় প্...