Posts

Showing posts with the label Class-12// জাতীয় আয়

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12// জাতীয় আয়

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। জাতীয় আয় কি? উত্তৰ:-এক নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত দেশত উৎপাদন কৰা সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকাৰ্যৰ মুদ্ৰাগত মূল্যই হল জাতীয় আয় । ২। চূড়ান্ত দ্ৰৱ্য কি? উত্তৰ:-যেতিয়া কোনো সামগ্ৰী অন্তিম ব্যৱহাৰৰ বাবে উপযোগী হয় আৰু অতিৰিক্ত কোনো উৎপাদনী প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ পুনৰ উৎপাদন ঘটাৰ কোনো সম্ভাৱনা নাথাকে,তেনে দ্ৰৱ্যক চূড়ান্ত দ্ৰৱ্য বোলে। যেনে - কাপোৰ । ৩। মধ্যৱৰ্তী দ্ৰৱ্য কি? উত্তৰ:- যিবোৰ দ্ৰৱ্য এটা বছৰৰ ভিতৰত হয় বিক্ৰীৰ বাবে নহয় পুনৰ উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয়,তাকে মধ্যৱৰ্তী দ্ৰৱ্য বোলে । যেনে- সূতা । ৪। উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী কি?   উত্তৰ:- খাদ্য,বস্ত্ৰৰ দৰে যিবিলাক দ্ৰৱ্য উপভোক্তাই তেওঁলোকৰ অভাৱ পূৰণ কৰিবৰ বাবে অন্তিম দ্ৰৱ্য হিচাপে ক্ৰয় কৰে,তাকে উপভোগ্য দ্ৰৱ্য বা ভোগ্য সামগ্ৰী  বোলে। ৫। মূলধনী দ্ৰৱ্য কি? উত্তৰ:- দ্ৰৱ্য সামগ্ৰী উৎপাদন কৰিবৰ বাবে যিবিলাক দ্ৰৱ্য উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়,তাকে মূলধনী দ্ৰৱ্য বোলে। যেনে- বিভিন্ন যন্ত্ৰপাতি। ৬। অস্হায়ী উপভোগ্য দ্ৰৱ্য কি? উত্তৰ:- যিবিলাক উপভোগ্য দ্ৰৱ্য তাৎক্ষণিক বা হ্ৰস্বকালিন উপভো...