Posts

Showing posts with the label Class-12 Geography//তৃতীয় আৰু চতুৰ্থক বৃত্তি

Books related Information

Chapter-7 Class-12 Geography //তৃতীয় আৰু চতুৰ্থক বৃত্তি

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। দ্বিতীয়ক বৃত্তি কি? উত্তৰঃ- প্ৰাথমিক বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰীবোৰ শোধন,নিৰ্মাণ প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰৰ উপযোগী কৰে,তেনে বৃত্তিক দ্বিতীয়ক বৃত্তি বোলে।         উদাহৰণস্বৰুপে,                    ক)কুঁহিয়াৰৰ পৰা চেনি                    খ) ধপাতৰ পৰা ছিগাৰেট। ২। দ্বিতীয়ক বৃত্তিৰ আন এটা নাম কি? উত্তৰঃ- দ্বিতীয়ক বৃত্তিৰ আন এটা নাম হল Blue Collar Job. ৩। তলৰ কোনটো দ্বিতীয় বৃত্তিৰ নহয়ঃ-      ক) লো শোধন         খ) মাছ ধৰা      গ) কাপোৰ চিলোৱা  ঘ) পাছি-খৰাহী বনোৱা খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰঃ-দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ হল-               ক)কুঁহিয়াৰৰ পৰা চেনি               খ) ধপাতৰ পৰা ছিগাৰেট। ২। উদ্যোগসমূহৰ স্হান নিৰ্ণয় কৰাত প্ৰভাৱ ...