Posts

Showing posts with the label বৰগীত

Books related Information

'' বৰগীত'' কবিতাৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১,২,৩ আৰু ৪ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? উত্তৰ:- মণিকাঞ্চন সংযোগ । ২। 'মূৰুখ' শব্দৰ অৰ্থ কি? উত্তৰ:- 'মূৰুখ' শব্দৰ অৰ্থ হল-মূৰ্খ । ৩। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?                      বা     কোনখন গ্ৰন্হক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ:- নামঘোষা ৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ:- ১৫৭ টা । ৫। মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা। উত্তৰ:- মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম হল-            ক) অৰ্ঞ্জুন ভঞ্জন,            খ) পিম্পৰা গুচোৱা,            গ) ভূমি লেটোৱা। ৬। মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম লিখা। উত্তৰ:- মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম হল-           ক) আদিকাণ্ড ৰামায়ণ           খ) ৰাজসূয় কাব্য । ৭। 'উঠৰে উঠ বাপু গোপাল হে' বৰগী...