Posts

Showing posts with the label ভাৰতীয় আদৰ্শত বৈৰাগ্য

Books related Information

'' ভাৰতীয় আদৰ্শত বৈৰাগ্য '' পাঠৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান কেনেকুৱা ? উত্তৰ:-ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান অতি উচ্চ। ২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি যোগ বুলি কোৱা হৈছে? উত্তৰ:-কৰ্ম কৰা কৌশলক ভগৱদগীতাত কৰ্ম যোগ বুলি কোৱা হৈছে। ৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম। ৫। সংবিভাজ্য কি? উত্তৰ:-সংবিভাজ্য হল সমানে বিতৰণ কৰি ভোগ কৰা। ৬। বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা কি কি? উত্তৰ:-বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা হল-           ক) সত্য           খ) ধৰ্ম ৭। ব্যক্তিৰ দায়িত্বৰ পৰিধি কিমান? উত্তৰ:-ব্যক্তিৰ দায়িত্বৰ পৰিধি হল আপোনাৰ পৰা পৰিয়ালৰ,পৰিয়ালৰ পৰা সমাজ--এই তিনিটা কথা সোঁৱৰাই দিছে--'মাতৃ দেৱো ভৱ','আচাৰ্য দোৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। ৮। প্ৰকৃত ত্যাগ কি? উত্তৰ:-থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ। ৯। প্ৰকৃত বৈৰাগ্য কি? উত্তৰ:-প্ৰকৃততে পোৱাৰ বা থকাৰ পিছতো যে...