Posts

Showing posts with the label Economics

Books related Information

Economics//HS 2nd Year final exam for most important question & answers in 2021

ক) অতি চমু প্ৰশ্নোত্তৰ ( ১ ,২ আৰু ৩ নম্বৰ প্ৰতিটো)। ১। দ্ৰৱ্য মানে কি? উত্তৰ: যিবোৰ বস্তুক স্পৰ্শ কৰিব পাৰি আৰু অভাৱ পুৰণ কৰিব পাৰি,তাকে দ্ৰৱ্য বোলে। উদাহৰণস্বৰুপে, খাদ্য বস্তু, বাসস্থান ইত্যাদি। ২। সেৱা মানে কি? উত্তৰ :যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি আৰু অভাৱ পুৰণ কৰিব পৰা ক্ষমতা থাকে,তাক সেৱা বোলে। উদাহৰণস্বৰুপে,ডাক্তৰ, শিক্ষক ইত্যাদি। ৩। সুযোগ ৱ্যয় কি? উত্তৰ উতপাদনবোৰ বিকল্প ব্যৱহাৰৰ ফলত যি ক্ষতি হয়,তাকে সুযোগ ৱ্যয় বোলে। উদাহৰণস্বৰুপে, এজন খেতিয়কে যদি বেছিকৈ ধান উতপাদন কৰাব বিচাৰে,তেনেহলে খেতিয়কে আন সামগ্ৰী কম পৰিমানে উতপাদন কৰিব লাগিব। যাৰফলত, কিছু ৱ্যয় হয়। ৪। সুযোগ ৱ্যয়ক----------বুলি কোৱা হয়। উত্তৰ :সুযোগ ৱ্যয়ক  অৰ্থনৈতিক ৱ্যয়  বুলি কোৱা হয়। ৫। মিশ্ৰ অৰ্থনীতি কি? উত্তৰ:মিশ্ৰ অৰ্থনীতি হল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান। ৬। দুষ্প্ৰাপ্যতা মানে কি? উত্তৰ:দুষ্প্ৰাপ্যতা মানে হল যিবোৰ বস্তু পাবলৈ টান অৰ্থাত যিবোৰ বস্তু পোৱা সহজে পোৱা নাযায়। ৭। বজাৰ অৰ্থনীতি কি? উত্তৰ:বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আটাইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ণয় কৰা হয়। ই...