Posts

Showing posts from January, 2020

Books related Information

চাহিদা বিধি(Law of Demand)

চাহিদা বিধি(Law of Demand)       চাহিদা বিধি(Law of Demand) অনুসৰি আন সকলো বিষয় স্হিতাৱস্হাত থাকিলে, সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। অৰ্থাৎ,    DX=f(Px,Py,,Pz,Y,T) ইয়াত, DX=X সামগ্ৰীৰ চাহিদা Px=X সামগ্ৰীৰ দাম Py=Y সামগ্ৰীৰ দাম Pz=Z সামগ্ৰীৰ দাম Y= ব্যক্তি বা পৰিয়ালৰ আয়ৰ পৰিমাণ T= ব্যক্তি বা পৰিয়ালটোৰ ৰুচি বা অভিৰুচি।       

Assamese (MIL)// HS 2nd year final exam common & question answere

Image

Assamese (MIL)//HS 2nd year final exam common question & answers

Image

Republic day speech in Assamese

Image

Economic ( অৰ্থনীতি)// hs 2nd year final exam common question & answere

Image

Economic(অৰ্থনীতি)//HS 2nd year final exam common question & answers of Economic in 2020

Image

বজাৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য

বজাৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল:- ক) এনে বজাৰত যোগান আৰু চাহিদাই সামগ্ৰীৰ মূল্য নিৰ্ণয় কৰে। খ) এনে বজাৰ ব্যৱস্থাত সকলোবোৰ দ্ৰব্য বা সেৱাৰ একোটাৰ দাম থাকে য'ত বিনিময় সংঘটিত হয়। গ) এনে বজাৰত সামগ্ৰী একোটাৰ দাম বৃদ্ধি হ'লে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো অধিক উৎপাদন কৰিব।

মিশ্ৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা

মিশ্ৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল- ১। এনে আৰ্থিক ব্যৱস্থাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডই সহাৱস্হান কৰে। ২। এনে আৰ্থিক ব্যৱস্থাৰ মূল লক্ষ্য হৈছে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰকেন্দীক অৰ্থনীতিৰ দুৰ্বলতা সমূহ পৰিহাৰ কৰি সুবিধা সমূহ গ্ৰহণ কৰা। ৩। এনে আৰ্থিক ব্যৱস্থাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয় অৰ্থনৈতিক কাৰ্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদন হয়।

এখন অৰ্থনীতিৰ তিনিটা মৌলিক সমস্যা উল্লেখ কৰা

এখন অৰ্থনীতিৰ তিনিটা মৌলিক সমস্যা তলত উল্লেখ কৰা হ'ল: ক) কি সামগ্ৰী উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণত; খ) দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হ'ব;  গ)দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হ'ব;         

মিশ্ৰ অৰ্থনীতি

মিশ্ৰ অৰ্থনীতি হ'ল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্হান।

Economic// hs 2nd final exam common question & answers

উপভোক্তাৰ আচৰণ তত্ত্ব

১। উপযোগিতা কি? উত্তৰ:-সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বোলে। ২। মুঠ উপযোগিতা কি? উত্তৰ:- সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা লাভ কৰা উপযোগিতাই হ'ল মুঠ উপযোগিতা । ৩। প্ৰান্তিক উপযোগিতা কি? উত্তৰ:- সামগ্ৰী একোটাৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাই হ'ল প্ৰান্তিক উপযোগিতা। ৪। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি? উত্তৰ:- ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুযায়ী যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰব্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে তেন্তে দ্ৰব্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়।