Posts

Showing posts with the label Class-12 দূৰ শিক্ষা কি

Books related Information

Class-12 অগতানুগতিক শিক্ষা

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি? উত্তৰঃ- ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম হল- আমবেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। ( এইটো ১৮৮২ চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত স্হাপন কৰা হয়।) ২। মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল? উত্তৰঃ- মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি ইংলেণ্ডত হৈছিল। ( ১৯৬৯ চনত ।) ৩। IGNOU-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-IGNOU-ৰ সম্পূৰ্ণ ৰুপটো Indira Gandhi National Open University.( ১৯৮৫ চনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্হাপন কৰে। এই মুক্ত বিশ্ববিদ্যালয়খন লোকসভাত আইন প্ৰণয়ন কৰি দিল্লীত স্হাপন কৰা হয়।) ৪। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ভাৰতৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম হৈছে.....। উত্তৰঃ- ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়।( ১৯৮৫ চনত।) ৫। শুদ্ধ নে অশুদ্ধ লিখাঃ-      দূৰ শিক্ষা সদায় মুক্ত। উত্তৰঃ- শুদ্ধ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। দূৰ শিক্ষা ব্যৱস্হাত ব্যৱহাৰ কৰা দুটা উন্নত কাৰিকৰী আহিলাৰ নাম লিখা। উত্তৰঃ-দূৰ শিক্ষা ব্যৱস্হাত ব্যৱহাৰ কৰা দুটা উন্নত ক...