Posts

Showing posts from July, 2021

Books related Information

Political Science// HS 2nd Year final Exam Common question answer 2022

 প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।  উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৫। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল উত্তৰ:-১৯৬১ চনত। ৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল? উত্তৰ:- ২৫ খন । ৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ৮। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ:- ১৯৬১ চনত। ১০। NIEO ৰ অৰ্থ বুজাই লিখা। উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER). ১১। শীতল যুদ্ধৰ য...