Posts

Showing posts with the label Class-12 International Organisation

Books related Information

Class-12// আন্তৰ্জাতিক সংগঠন

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয়?                    বা     কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়? উত্তৰঃ-ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ চনৰ অক্টোৱৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয়।                                       বা          ২৪ অক্টোৱৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়। ২। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্যই স্বাক্ষৰ কৰিছিল? উত্তৰঃ-৫১ খন। ৩। ৰাষ্ট্ৰসংঘৰ কোন সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে?  উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  স্হায়ী সদস্য আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ কেইখন লিখা। উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  স্হায়ী সদস্য ৰাষ্ট্ৰ ৫ খন আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ ১০ খন।  ৫। ৰাষ্ট্ৰসংঘই 'মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ' কেতিয়া গ্ৰহ...