Posts

Showing posts with the label জনসংখ্যাৰ গঠন

Books related Information

Class--12// জনসংখ্যাৰ গঠন

 ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ১। তলৰ কোনখন দেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি লিংগ অনুপাত আছেঃ-    ক) লাটভিয়া   খ) সংযুক্ত আৰব গণৰাজ্য    গ) জাপান     ঘ) ফ্ৰাস ২। তলৰ কোনটো ৰাশিয়ে জনসংখ্যাৰ কৰ্মী বয়সী দলক চিত্ৰিত কৰিছেঃ-     ক) ১৫-৬৫ বছৰ   খ) ১৫- ৬৪ বছৰ     গ) ১৫-৬৬ বছৰ   ঘ) ১৫-৫৯ বছৰ । ৩। তলৰ কোনটো বয়সক সাক্ষৰতাৰ হাৰৰ সময়সীমা বুলি ধৰা হয় ?     ক) ৫ বছৰ   খ) ৭ বছৰ     গ) ৬ বছৰ   ঘ) ১৫ বছৰ । ৪। কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?     ক) আফ্ৰিকা    খ) এছিয়া     গ) অট্ৰেলিয়া    ঘ) দক্ষিণ আমেৰিকা খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-  ১। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি লিংগ অনুপাত থকা দেশখনৰ নাম কি? উত্তৰঃ লাটভিয়া। ২। জনসংখ্যাৰ গঠনৰ দুটা উপাদান উল্লেখ কৰা । উত্তৰঃ-জনসংখ্যাৰ গঠনৰ দুটা উপাদান তলত উল্লেখ কৰা হল-          ক) লিঙ্গ গঠন।        ...