Posts

Showing posts with the label বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ

Books related Information

'' বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ'' পাঠৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ:-বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাচ। ২। 'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰ পৰা লোৱা হৈছে? উত্তৰ:-'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানীক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্হৰ পৰা লোৱা হৈছে। ৩। যাদু-মন্ত্ৰ বা তাবিজ-বিভুতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ:-নোৱাৰি। ৪। বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম উল্লেখ কৰা। উত্তৰ:-বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম তলত উল্লেখ কৰা হল-           ক) জ্বৰ ;           খ) ডায়েৰিয়া। ৫। বিজ্ঞানীৰ প্ৰধান কাম কি ? উত্তৰ:-বিজ্ঞানীৰ প্ৰধান কাম হল পৰ্যবেক্ষণ কৰা,জোখ-মাপ লোৱা,সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। ৬। বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস উল্লেখ কৰা। উত্তৰ:-বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস তলত উল্লেখ কৰা হল- ...