Posts

Showing posts with the label শীতল যুদ্ধৰ যুগ

Books related Information

গোট-১ ''শীতল যুদ্ধৰ যুগৰ'' পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰস্নোত্তৰ

                              প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ:-১৯১৪ চনত। ২। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া শেষ হৈছিল? উত্তৰ:- ১৯১৯ চনত।  ৩। দ্বিতীয় বিশ্ব কেতিয়া আৰম্ভ হৈছেল? উত্তৰ:-১৯৩৯  চনত। ৪। দ্বিতীয় বিশ্বব যুদ্ধ কেতিয়া শেষ হৈছিল? উত্তৰ:- ১৯৪৫ চনত। ৫। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ৬। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৭। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৮। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।  উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৯। NATO-কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ:- NATO- ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। ১০। NATO-ৰ মুখ্য কাৰ্য্যালয় কত অৱস্হিত? উত্তৰ:- NATO-ৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ...