Posts

Showing posts with the label কৈশোৰ কাল আৰু ইয়াৰ উপযোগি শিক্ষা

Books related Information

Class-12 Assamese // কৈশোৰ কাল আৰু ইয়াৰ উপযোগি শিক্ষা

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। শিশুৰ জগত আৰু প্ৰাপ্তবয়স্ক জগত- এই দুখন জগতৰ সংযোগকাৰী কাল কোনটো? উত্তৰ:-কৈশোৰ কাল। ২। মানৱ জীৱনৰ কোনটো কালক অতি সংকটময় কাল অৰ্থাত ধুমুহা আৰু পীৰনৰ সময় বুলি কোৱা হয়?                             বা    মানৱ জীৱনৰ কোনটো কালক ৰুপান্তৰ কাল বুলি অভিহিত কৰা হয় ? উত্তৰ:-কৈশোৰ কাল। ৩। ভাৰত চৰকাৰে কিমান চনত ৰাষ্ট্ৰীয়  শিক্ষা নীতি ঘোষণা কৰিছিল? উত্তৰ:-১৯৮৬ চনত। ৪। মাধ্যমিক শিক্ষাক ''জীৱনৰ আলি-দোমোজা'' বুলি কোনে অভিহিত কৰিছে? উত্তৰ:-১৯৯৬ চনত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে। ৫। কৈশোৰ কাল আন কি নামেৰে পৰিচিত? উত্তৰ:-সংকটময় কাল। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি উল্লেখ কৰা ।  উত্তৰ:-কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় তলত উল্লেখ কৰা হল-      ক) ভাষা শিক্ষণ      খ) গণিত      গ) বিজ্ঞান    ...