Posts

Showing posts with the label Ordinal Utility Approach

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Ordinal Utility Approach(Economics)// HS 2nd Year final exam common question &answer of economics in 2021

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ প্ৰশ্নোত্তৰ):-- ১। বাজেট ৰেখা কি উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে।      ইয়াৰ চৰ্ত হল:- Px+Py=M  যত,Px+Py= দুটা দ্ৰৱ্য                M =  মুঠ আয়               তলত বাজেট ৰেখাৰ চিত্ৰ দেখুওৱা হল--                                                                                                        চিত্ৰ- বাজেট ৰেখা  ২। বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি বুজাই? উত্তৰ:- বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপালক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় মুঠ আ...