Posts

Showing posts with the label Class-12 Political Science

Books related Information

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতে কেতিয়া কায়টো প্ৰটকলত স্বাক্ষৰ আৰু অনুমোদন কৰিছিল? উত্তৰঃ-২০০২ চনৰ আগষ্ট মাহত। ২। ২১ দফীয়া ( Agenda 21) কি? উত্তৰঃ-২১ দফীয়া ( Agenda 21) হল ৰিঅ' সন্মিলনত গ্ৰহণ কৰা এক উন্নয়ণমূলক পদক্ষেপ। ৩। কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়? উত্তৰঃ- ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ৪। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা।( হয় নে নহয়)  উত্তৰঃ- হয়। ৫। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? উত্তৰঃ- ১৯৯১ চনত।  ৬। বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-বিশ্বায়নৰ এটা বৈশিষ্ট্য হল-বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া। খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ কি কি? উত্তৰঃ-বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ তলত উল্লেখ কৰা হল-           ক) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি।           খ) ছপাশালৰ আৱিষ্কাৰ।           গ) ইউৰোপীয় পুঁজিবাদী।           ঘ) জনপ্ৰব্ৰজন। ২। বিশ্বায়ক সহ...