Posts

Showing posts with the label Class-12 প্ৰকৃতি আৰু পৰিসৰ

Books related Information

Class-12 প্ৰকৃতি আৰু পৰিসৰ

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। নিম্বলিখিত কোনটো ভৌগোলিক তথ্যৰ উৎস নহয়--      ক) পৰিভ্ৰমণকাৰীৰ টোকা                     খ) পুৰণি মানচিত্ৰ       গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা  ঘ) পৌৰানিক মহাকাব্য। উত্তৰ:- গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা   ২। নিম্বলিখিত কোনটো, মানুহ আৰু পৰিবেশৰ মাজত থকা আন্ত প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনীয় কাৰকঃ-     ক) মানুহৰ বৃদ্ধি             খ) মানৱ চেতনা     গ) প্ৰযুক্তি                   ঘ) মানুহহৰ ভাতৃত্ববোধ উত্তৰ:- খ) মানৱ চেতনা ৩। ''মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গড়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষনাত্মক অধ্যয়নেই হল মানৱ ভূগোল।'' এই সংজ্ঞটো কোনে আগবড়াইছিল?      ক) ৰাটজেল                   খ) এলেন চাৰ্চিল চেম্পল      গ) ভাইডেল দা লাব্লাছিয়ে  ঘ) গ্ৰিফিট টেইলৰ...