Posts

Showing posts with the label Class-12 Political Science MCQ

Books related Information

Political Science// HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ২। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়? উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত। ৩। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা। ৪। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ? উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত। ৫। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation. ৬। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?                             বা     কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা । উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেল...