Posts

Showing posts with the label কৰুণতম-( নিৰ্মলপ্ৰভা বৰদলৈ)

Books related Information

কৰুণতম-( নিৰ্মলপ্ৰভা বৰদলৈ)

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। 'কৰুণতম' নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ কোনখন কাব্যগ্ৰন্হৰ অন্তৰ্গত?                                               বা     'কৰুণতম' কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?  উত্তৰ:-'কৰুণতম' নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰ 'দিনৰ পাছত দিন' নামৰ কাব্যগ্ৰন্হৰ অন্তৰ্গত। ২। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হল বনফৰিঙৰ ৰং। ৩।  'কৰুণতম' নামৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা?  উত্তৰ:-'কৰুণতম' নামৰ কবিতাটো আধুনিক শ্ৰেণীৰ কবিতা। ৪। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰে?  উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈয়ে 'সুদীৰ্ঘ দিন আৰু ঋতু' নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰে। খ) প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম লিখা। উত্তৰ:-নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতাপুথিৰ নাম হল- ...