Posts

Showing posts with the label Class-12// সমসাময়িক দক্ষিণ এছিয়া

Books related Information

CLASS-12// সমসাময়িক দক্ষিণ এছিয়া

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation. ২। SAFTA-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAFTA-ৰ সম্পূৰ্ণ অৰ্থ হল South Asian Free Trade Agreement. ৩। ভাৰতৰ পূবৰ পিনে চোৱা নীতি(Look East Policy)-ৰ অংশীদাৰ ৰাষ্ট্ৰ কোন আছিল? উত্তৰঃ-বাংলাদেশ।  ৪।  ভাৰত আৰু পাকিস্তানৰ মাজত কিমান চনত ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল? উত্তৰঃ- ১৯৯৬ চনত। ৫। SAFTA-চুক্তি কামান চনত স্বাক্ষৰ কৰা হৈছিল? উত্তৰঃ- ২০০৪ চনত।  খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰঃ-SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল।  ২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা। উত্তৰঃ-শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হল-           ক) সিংহলী           খ) LTTT(Liberation Tigers of Tamil Elam). ৩। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটাকৈ ...