Posts

Showing posts with the label Class-12 Political Science Common question answer 2021

Books related Information

Political Science//HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?                            বা     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়? উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)। ২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited. ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়? উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন। ৫। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা । উত্তৰঃ-ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা  হল-        ক) ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন কৰা।        খ) ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা। ২। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহন কৰা হৈছিল? এই আইনৰ অধীনত গঠন...