Posts

Showing posts with the label প্ৰাথমিক কৃষি

Books related Information

Class-12// প্ৰাথমিক কৃষি

 ক) নিম্নলিখিত বিকল্প সমূহৰ পৰা উত্তৰটো বাচি উলিওৱা-- ১। তলৰ কোনবিধ ৰোপন শস্য নহয়ঃ---    ক) কফি   খ) কুঁহিয়াৰ    গ) গম      ঘ) ৰবৰ ২। তলৰ কোনখন দেশে সমবায় কৃষিত সাফল্যৰ অভিজ্ঞতা লাভ কৰিছেঃ--     ক) ৰাছিয়া  খ) ডেনমাৰ্ক    গ) ভাৰত   ঘ) নেদাৰলেণ্ড ৩। ফুল উৎপাদনক কোৱা হয়--     ক) ট্ৰাক ফাৰ্মিং   খ) কাৰখানা কৃষি     গ) মিশ্ৰ কৃষি      ঘ) ফ্ল'ৰিকালচাৰ খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ভিটিকালচাৰ কি? উত্তৰঃ- ভিটিকালচাৰ হল ভূমধ্যসাগৰীয় আঞ্চলৰ প্ৰধান বিশেষত্ব। ২। পশুপালন কি? উত্তৰঃ- মানুহে ঘৰতে জীৱ-জন্তু প্ৰতিপালন কৰা কাৰ্যক পশুপালন বোলে। ইয়াৰ ভাগ দুটা,যেনে- ক) অঘৰী পশুপালন আৰু খ) বাণিজ্যিক পশুপালন। ৩। ঋতু প্ৰবাস কি? উত্তৰঃ-ঋতু অনুসৰি যিসকল লোকে বাসস্হান সলনি কৰি পশুপালন বৃত্তিৰে জীৱন-জীৱিকা নিৰ্বাহ কৰে,তেওঁলোকক ঋতুপ্ৰবাস বোলে। গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰঃ-প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ হল-       ...