Posts

Showing posts with the label Class-12 Political Science Common question answer 2022

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Political Science// HS 2nd Year final exam MCQ 2021-22

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল-  North-East Frontier Agency. ২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ। ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল? উত্তৰঃ- ১৯৫৩ চনত। ৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল। ৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। ৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত? উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে  আব্দুল গফুৰ খান জনাজাত।   খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ  ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল? উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ...

Political Science// HS 2nd Year final Exam Common question answer 2022

 প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।  উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৫। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল উত্তৰ:-১৯৬১ চনত। ৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল? উত্তৰ:- ২৫ খন । ৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ৮। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ:- ১৯৬১ চনত। ১০। NIEO ৰ অৰ্থ বুজাই লিখা। উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER). ১১। শীতল যুদ্ধৰ য...