Posts

Showing posts with the label Production & Cost

Books related Information

Production And Cost( Economics)// HS 2nd Year final Exam for most important common question and answers of Economics in 2021

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ)-- ১। উৎপাদন ফলন কি? উত্তৰ:-এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহাৰ কৰা উপাদানৰ মাজত সম্পৰ্কটোকে উৎপাদন ফলন  বোলে। অৰ্থাৎ,           Q=f(L,K)     ইয়াত,                  Q=উৎপাদন                   L,= শ্ৰমিক                   K=মূলধন ২। সমউৎপাদন ৰেখা কি? উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে। ৩। স্হিৰ খৰচ কি?  উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি নহয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ নকমে,সেই খৰচেই হল স্হিৰ খৰচ। উদাহৰণ,যন্ত্ৰপাতিৰ বাবদ হোৱা খৰচ ,স্হায়ী শ্ৰমিকৰ মজুৰি আৰু কৰ ইত্যাদি। ৪। পৰিৱৰ্তনশীল খৰচ কি? উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি হয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ কমি যায়,সেই খৰচেই হল পৰিৱৰ্তনশীল খৰচ। উদাহৰণ, অস্হায়ী...