Posts

Showing posts from November, 2021

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

নব্য সামাজিক আন্দোলন//HS 2n Year Political Science 2022 MCQ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ        ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা।         চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।  উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...