Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰ : ১৯৬১ চনত|

২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি?

উত্তৰ:      South Asian Association for Regional Co- operation. 

 ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল? 

উত্তৰ: শ্ৰীলংকা |

৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়? 

উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ|

৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? 

উত্তৰ: 2002 চনত|

৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা? 

৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা|

উত্তৰ :গোলকীয় উষ্ণতা |

৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা| 

উত্তৰ: ক) বিশ্ব বেংক

           খ) বিশ্ব বাণিজ্য সংস্থা 

৯) বিশ্বায়নৰ দুটা কাৰণ লিখা|

উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন 

            খ) ইউৰোপীয়  পুঁজিবাদী 

১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? 

উত্তৰ :৫১ খন|


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ