Books related Information

Class-12 প্ৰকৃতি আৰু পৰিসৰ


 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-


১। নিম্বলিখিত কোনটো ভৌগোলিক তথ্যৰ উৎস নহয়--

     ক) পৰিভ্ৰমণকাৰীৰ টোকা                     খ) পুৰণি মানচিত্ৰ

      গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা  ঘ) পৌৰানিক মহাকাব্য।

উত্তৰ:- গ) চন্দ্ৰৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা  


২। নিম্বলিখিত কোনটো, মানুহ আৰু পৰিবেশৰ মাজত থকা আন্ত প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনীয় কাৰকঃ-

    ক) মানুহৰ বৃদ্ধি             খ) মানৱ চেতনা

    গ) প্ৰযুক্তি                   ঘ) মানুহহৰ ভাতৃত্ববোধ

উত্তৰ:- খ) মানৱ চেতনা


৩। ''মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গড়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষনাত্মক অধ্যয়নেই হল মানৱ ভূগোল।'' এই সংজ্ঞটো কোনে আগবড়াইছিল?

     ক) ৰাটজেল                   খ) এলেন চাৰ্চিল চেম্পল

     গ) ভাইডেল দা লাব্লাছিয়ে  ঘ) গ্ৰিফিট টেইলৰ

উত্তৰ:- ক) ৰাটজেল    


৪। মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া।

 উত্তৰ:- মানৱ ভূগোলৰ সংজ্ঞা  হল-  মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ মাজত গড়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষনাত্মক অধ্যয়নেই হল মানৱ ভূগোল।


৫।  মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম উল্লেখ কৰা।

 উত্তৰ:-মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম হল

         ক) সম্পদ ভূগোল

         খ) সাংস্কৃতিক ভূগোল।


৬। মানৱ ভূগোলৰ দুটা শাখাৰ নাম উল্লেখ কৰা।

উত্তৰ:-মানৱ ভূগোলৰ দুটা শাখাৰ নাম হল-

          ক) ৰাজনৈতিক ভূগোল

          খ) অৰ্থনৈতিক ভূগোল।


৭। মানৱ ভূগোলৰ দুটা বিচাৰ পদ্ধতি উল্লেখ কৰা।

উত্তৰ:-মানৱ ভূগোলৰ দুটা বিচাৰ পদ্ধতি তলত উল্লেখ কৰা হল-

         ক) আঞ্চলিক বিশ্লেষণ

         খ) আঞ্চলভেদে পৃথক কৰা। 


৮। নব্য নিয়ন্ত্ৰণবাদী বা নিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্হাপক কোন?

উত্তৰ:-নব্য নিয়ন্ত্ৰণবাদী বা নিৰ্ণয়বাদী দৃষ্টিভংগীৰ উপস্হাপক হল-গ্ৰিফিট টেইলৰ।


৯। পৰিবেশিক নিৰ্ণয়বাদ কি?

উত্তৰ:-মানুহৰ সকলো প্ৰকাৰৰ কাৰ্যকলাপ পৰিববেশৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱা ধাৰণাকে পৰিবেশিক নিৰ্ণয়বাদ বোলা হয়।


১০। তলত কোনটো মানৱ ভূগোলৰ বিচাৰ পদ্ধতি নহয়ঃ-

     ক) আঞ্চলিক বৈষম্য           খ) স্হানিক সংগঠন

     গ) পৰিমাপন বিপ্লব              ঘ) অন্বেষণ আৰু বৰ্ণনা ।

উত্তৰ:-গ) পৰিমাপন বিপ্লব   ।        

                                                      xxxxxxxxxxxxxxxxxx   


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ