Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Political Science//HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-

১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?

                           বা 

   ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়?

উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)।

২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা।

উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited.

৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা)

উত্তৰঃ- ২৯ তম।

৪। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়?

উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন।

৫। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?

উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ।


খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ

১। ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা ।

উত্তৰঃ-ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা  হল-

       ক) ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন কৰা।

       খ) ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা।

২। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহন কৰা হৈছিল? এই আইনৰ অধীনত গঠন হোৱা যিকোনো এখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ- ৰাজ্য পুনৰ গঠন আইন ১৯৫৬ চনৰ নৱেম্বৰ মাহত গ্ৰহন কৰা হৈছিল।

                    ৰাজ্য পুনৰ গঠন আইনৰ অধীনত গঠন হোৱা এখন ৰাজ্যৰ নাম হল-মহাৰাষ্ট্ৰ।।

৩। বোম্বে পৰিকল্পনা(Bombay Plan) বুলিলে কি বুজাই?

উত্তৰঃ- ১৯৪৪ চনত বোম্বাইৰ কিছুমান উদ্যোগপতিয়ে মিলিত হৈ ভাৰতৰ অৰ্থনীতিৰ পূৰ্ণ বিকাশ আৰু প্ৰতিষ্ঠা কৰাৰ বাবে এটা পৰিকল্পনা বা যুটীয়া প্ৰস্তাবৰ খচৰা প্ৰস্তুত কৰে। ইয়াকে বোম্বে পৰিকল্পনা(Bombay Plan) বুলি জনা যায়। এই পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ উদ্যোগপতিসকলে দেশৰ উদ্যোগ তথা অন্য ক্ষেত্ৰবোৰৰ বিকাশৰ বাবে চৰকাৰক সক্ৰিয় ভূমিকা পালনৰ বাবে আহ্বান জনাইছিল।

৪। লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালছোৱাত সন্মুখীন হোৱা দুটা সমস্য উল্লেখ কৰা।

উত্তৰঃ-লাল বাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধান মন্ত্ৰীৰ কালছোৱাত সন্মুখীন হোৱা দুটা সমস্য তলত উল্লেখ কৰা হল-

      ক) খাদ্য সংকট।

      খ) অনাবৃষ্টি।

৫। ভাৰতীয় সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? 

উত্তৰঃ-ভাৰতীয় সংবিধানৰ খচৰা ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে স্বাক্ষৰ কৰা হৈছিল আৰু সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল।


Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ