মিশ্ৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল-
১। এনে আৰ্থিক ব্যৱস্থাত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডই সহাৱস্হান কৰে।
২। এনে আৰ্থিক ব্যৱস্থাৰ মূল লক্ষ্য হৈছে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰকেন্দীক অৰ্থনীতিৰ দুৰ্বলতা সমূহ পৰিহাৰ কৰি সুবিধা সমূহ গ্ৰহণ কৰা।
৩। এনে আৰ্থিক ব্যৱস্থাত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰৰ দ্বাৰা লোৱা হয় অৰ্থনৈতিক কাৰ্যকলাপ কম বেছি পৰিমাণে বজাৰৰ জৰিয়তে সম্পাদন হয়।
nice
ReplyDelete