বজাৰ অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল:-
ক) এনে বজাৰত যোগান আৰু চাহিদাই সামগ্ৰীৰ মূল্য নিৰ্ণয় কৰে।
খ) এনে বজাৰ ব্যৱস্থাত সকলোবোৰ দ্ৰব্য বা সেৱাৰ একোটাৰ দাম থাকে য'ত বিনিময় সংঘটিত হয়।
গ) এনে বজাৰত সামগ্ৰী একোটাৰ দাম বৃদ্ধি হ'লে উৎপাদনকাৰীয়ে সেই সামগ্ৰীটো অধিক উৎপাদন কৰিব।
hi
ReplyDelete