Village lifestyle see Get link Facebook X Pinterest Email Other Apps April 13, 2026 Bellow village lifestyle vedio...link:- https://youtu.be/KaViMdfBnTI?si=EZ2ihRliK433Rv9Q Get link Facebook X Pinterest Email Other Apps
এখন অৰ্থনীতিৰ তিনিটা মৌলিক সমস্যা উল্লেখ কৰা Get link Facebook X Pinterest Email Other Apps January 22, 2020 এখন অৰ্থনীতিৰ তিনিটা মৌলিক সমস্যা তলত উল্লেখ কৰা হ'ল: ক) কি সামগ্ৰী উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণত; খ) দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হ'ব; গ)দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হ'ব; Get link Facebook X Pinterest Email Other Apps Comments UnknownJanuary 24, 2020 at 5:14 PMhelloReplyDeleteRepliesReplyAdd commentLoad more... Post a Comment
Class-12//মানৱ বিকাশ( Human Development October 18, 2020 ক) নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা। ১। মানৱ বিকাশৰ ধাৰণাটো কোনে আগবৰাইছিল? ক) অমৰ্ত্য সেন খ) এলেন চি. চেম্পল গ) ড০ মেহবুব- উল-হক ঘ) ৰাটজেল। খ)প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। HDI-ৰ পূৰ্ণ অৰ্থ কি? উত্তৰঃ-HDI-ৰ পূৰ্ণ অৰ্থ হল Human Development Index. ২। অৰ্থপূৰ্ণ জীৱন মানে কি? উত্তৰঃ-অৰ্থপূৰ্ণ জীৱন মানে কেৱল দীৰ্ঘ জীৱনৰ অৰ্থ প্ৰকাশ নকৰে,ই হব লাগিব এক উদ্দেশ্য প্ৰণোদিত জীৱন। ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে- মানুহ স্বাস্হ্যবান হব লাগিব,প্ৰতিভা বিকাশিত কৰিব পৰাকৈ সমৰ্থবান হব লাগিব,সামাজিক জীৱন ধাৰাত অংশ গ্ৰহণ কৰিব পৰা হোৱাৰ লগতে লক্ষ্যত উপনিত হব পৰাকৈ মুক্ত মনৰ হব লাগিব। গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ উল্লেখ কৰা। উত্তৰঃ-মানৱ বিকাশৰ দুটা উপাদান বা স্তম্ভ তলত উল্লেখ কৰা হল- ক) সমদৰ্শন (Equity). খ) ধাৰণ ক্ষমতা( Sustainability) ২। মানৱ বিকাশৰ দুটা বিচাৰ প... Read more
Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা November 05, 2020 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। চৰকাৰী বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি। ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয় কৰ ইত্যাদি। ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। বাণিজ্যিক চক্ৰ কি? উত্তৰঃ-দেশৰ আৰ্থিক অৱস্হা উত্থান পতন চক্ৰকাৰে হলে তাকেই বাণিজ্যিক চক্ৰ বোলে। খ) অতি চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা । উত্তৰ:-ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল- ক) ৰাজহুৱা দ্ৰৱ্যৰ পৰা পোৱা সুবিধ... Read more
Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ November 07, 2020 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল- North-East Frontier Agency. ২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ। ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল? উত্তৰঃ- ১৯৫৩ চনত। ৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল। ৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। ৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত? উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে আব্দুল গফুৰ খান জনাজাত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল? উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ... Read more
hello
ReplyDelete