Books related Information

চাহিদা বিধি(Law of Demand)

চাহিদা বিধি(Law of Demand)
     চাহিদা বিধি(Law of Demand) অনুসৰি আন সকলো বিষয় স্হিতাৱস্হাত থাকিলে, সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। অৰ্থাৎ,
   DX=f(Px,Py,,Pz,Y,T)
ইয়াত,
DX=X সামগ্ৰীৰ চাহিদা
Px=X সামগ্ৰীৰ দাম
Py=Y সামগ্ৰীৰ দাম
Pz=Z সামগ্ৰীৰ দাম
Y= ব্যক্তি বা পৰিয়ালৰ আয়ৰ পৰিমাণ
T= ব্যক্তি বা পৰিয়ালটোৰ ৰুচি বা অভিৰুচি।

      

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ