Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

assamese1

১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?
উত্তৰ:-আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ  আছিল কৰ্ম আৰু সাধনা ।

২। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্তত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰ:-আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত'ৰ গ্ৰন্তত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

৩। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল?
উত্তৰ:-ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল।

৪। 'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি প্ৰথমে ক'ত প্ৰকাশ পাইছিল?
উত্তৰ:-'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি প্ৰথমে 'জয়ন্তী' আলোচনীত  প্ৰকাশ পাইছিল।

৫। 'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ:-'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত 'সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ' নামৰ গ্ৰন্তখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

৬। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰ:-আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ইয়াৰ কাৰণ দুটা হল-
       ক) পথ দুৰ্গম হোৱাৰ বাবে অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল।
       খ) ইউৰোপলৈ গলে জাতি যোৱাটো ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল।

৭। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?
উত্তৰ:-আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল। একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মা হ'ব পাৰিছিল। এই গুণেই তেওঁক সাহস আৰু শক্তিদান কৰিছিল। এনেধৰণৰ একমনা স্বভাৱৰ বাবেই গোটেই 'অমৰকোষ' খনি তেওঁ লৰালি কালতেই কন্ঠস্ত কৰিবলৈ সক্ষম হৈছিল। একাগ্ৰতাত ব্যাঘাত জন্মে বুলি তেওঁ চিৰকুমাৰ ব্ৰ'ত অৱলম্বন কৰিছিল। ইয়াৰ পৰাই তেওঁৰ একাগ্ৰতাৰ গুণে কেনেকৈ তেওঁৰ জীৱন জখলাত আগোৱাই যোৱাত সহায় কৰিছিল তাক আমি সহজেই বুজিব পাৰোঁ।

৮। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকণ কৰিছিল?
উত্তৰ:-হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দুজন চিত্ৰকৰ দিলবৰ আৰু দোষায়ে অংকণ কৰিছিল।

৯। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰ:-হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্তকাৰ,দুজন চিত্ৰকৰ দিলৱৰ আৰু দোষায়,স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকিত হৈছে।

১০। দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা ।
উত্তৰ:-দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম হ'ল-
          ক) হস্তিবিদ্যাৰ্ণৱ সাৰ-সংগ্ৰহ
          খ) ঘোৰা নিদান।

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ