Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

psc9

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল?
উত্তৰ:-চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা  আছিল মাও-চে-টুঙ

২। ভাৰত এছিয়ান( ASEAN)ৰ এখন সদস্য ৰাষ্ট্ৰ। ( হয় নে নহয় লিখা )
উত্তৰ:- নহয়।

৩। চীনে কেতিয়া বিশ্ব বাণিজ্য সংস্হাৰ সদস্য পদ গ্ৰহণ কৰিছিল?
উত্তৰ:-  2001 চনত।

৪। কোন দেশে ভাৰতৰ পূৱৰ পিনে চোৱা নীতি(Look East Policy) গ্ৰহণ কৰিছিল?
উত্তৰ:-  বাংলাদেশ ।

৫। ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ:-  ASEAN ৰ সম্পূৰ্ণ অৰ্থ হল-Association of South-East Asian Nations.

৬) চীনত কিমান চনত কৃষি ব্যক্তিগতকৰণ কৰা হৈছিল?
উত্তৰ:-  ১৯৮২ চনত।

৭। SAFTA ৰ সম্পূৰ্ণ অৰ্থ লিখা ।
উত্তৰ:-  SAFTA ৰ সম্পূৰ্ণ অৰ্থ হল-South Asian Free trade Agreement.

৮। SAFTA চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ:-  ২০০৪ চনত।

৯। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?
উত্তৰ:-  ৫১ খন।

১০। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ ......চনত গ্ৰহন কৰা হৈছিল।
উত্তৰ:-  ১৯৪৮ চনত।

খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-

১। চীনে অৰ্থনীতিৰ ক্ষেত্ৰত আধুনীকীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা দুটা খণ্ডৰ নাম উল্লেখ কৰা।
উত্তৰ:- চীনে অৰ্থনীতিৰ ক্ষেত্ৰত আধুনীকীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা দুটা খণ্ডৰ নাম তলত উল্লেখ হল-
       ক) কৃষি
       খ) উদ্যোগ।

২। ASEAN ৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ:- ASEAN ৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হল-
           ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।
           খ) উমৈহতীয়া আচঁনিৰ জৰিয়তে আঞ্চলিক,সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।

৩। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা।
উত্তৰ:- ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ তলত উল্লেখ কৰা হল-
            ক) জম্মু আৰু কাশ্মীৰ
            খ) চিয়াচীন গ্লেছিয়াৰ আৰু অস্ত্ৰ সংগ্ৰহ।

৪। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায়ৰ নাম লিখা।   
 উত্তৰ:-   শ্ৰীলংকাত সংঘাতত লিপ্ত থকা দুটা সম্প্ৰদায়ৰ নাম হল- 
         ক) সিংহলী
         খ) LTTE

৫। ছাৰ্ক(SAARC)ৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল?
উত্তৰ:-ছাৰ্ক(SAARC)ৰ প্ৰথম শীৰ্ষ সন্মিলন 1985 চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল ।
   

Comments

Popular posts from this blog

Class-12//মানৱ বিকাশ( Human Development

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ