ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া।
উত্তৰ:-গোলকীয় উষ্ণতা।
২। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা।( হয় নে নহয়)
উত্তৰ:-হয়।
৩। বিশ্বায়নৰ দুটা উদাহৰণ দিয়া।
উত্তৰ:-ক)অৰ্থনৈতিক
খ) সামাজিক
খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-
১। বিশ্বায়ন বা গোলকীকৰণৰ কাৰণসমূহ কি কি?
উত্তৰ:-বিশ্বায়ন বা গোলকীকৰণৰ কাৰণসমূহ হল-
ক) জন প্ৰব্ৰজন ;
খ) ইউৰোপীয় পুঁজিবাদী;
গ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি;
ঘ) ছপাহালৰ আৱিষ্কাৰ।
২। বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি কি?
উত্তৰ:-বিশ্বায়নৰ মাত্ৰাসমূহ হল-
ক) ৰাজনৈতিক;
খ) অৰ্থনৈতিক ;
গ) সাংস্কৃতিক ।
৩। বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জৰিত দুটা সংগঠনৰ নাম উল্লেখ কৰা।
উত্তৰ:-বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জৰিত দুটা সংগঠনৰ নাম তলত উল্লেখ কৰা হল-
ক) বিশ্ব বেংক ;
খ) আন্তৰ্জাতিক মুদ্ৰানিধি।
Comments
Post a Comment