Posts

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12 Geography question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। মুক্ত বাণিজ্য কি? উত্তৰঃ- যেতিয়া এখন দেশে আন এখন দেশৰ লগত বাণিজ্য স্হাপন কৰে,তাকে মুক্ত বাণিজ্য বোলে। ২। বিনিময় প্ৰথা কি? উত্তৰঃ সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল বিনিময় প্ৰথা।  ৩। বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্হিত? উত্তৰঃ- বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্হিত। ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-       ক) আলিবাট,নদী আৰু খালৰ দুয়োকাষে গঢি উঠা বসতিক কোন আকৃতিৰ?              ১। ঘূৰণীয়া বত্তাকৰ        ২। ৰৈখিক বসতি              ৩। ক্ৰচ-আকৃতিৰ বসতি  ৪। তৰাৰুপী বসতি।        খ) তলত দিয়া কোনখন চহৰ নদীৰ পাৰত অৱস্হিত নহয়?              ১। আগ্ৰা        ২। পাটনা              ৩। ভূপাল      ৪। কলকাতা।     ...

Class-12 Political Science question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ        ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা।         চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।  উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...

Class-12 Education//মানসিক স্বাস্হ্য আৰু স্বাস্হ্য বিজ্ঞান ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। হাইজিন(Hygine) শব্দটো মূলত ........ শব্দ। (খালী ঠাই পূৰ কৰা) উত্তৰঃ- গ্ৰীক শব্দ। ২। মানসিক স্বাস্হ্য বিজ্ঞান সংজ্ঞা দিয়া। উত্তৰঃ- হেলফিল্ডৰ মতে, 'মানসিক স্বাস্হ্য-বিজ্ঞান মানসিক স্বাস্হ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জডিত বিজ্ঞান।'               ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, 'মানসিক স্বাস্হ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জডিত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়।'    ৩। তলত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা-      ১০,১২,১৪,১২,১২,১৬,২০,২৫,৩২  উত্তৰঃ- ১২ ৪। তলৰ ৰাশিসমূহৰ পৰা প্ৰসাৰ উলিওৱা-      ৫,১০,২০,২৬,৩০,২৪,৫০,৬০ উত্তৰঃ-দিয়া আছে,                  ৫,১০,২০,২৬,৩০,২৪,৫০,৬০         এতিয়া,                   প্ৰসাৰ= উচ্চতম ৰাশি - নিম্মতম ৰাশি                ...

Class-12 Political Science//কংগ্ৰেছ ব্যৱস্হাৰ প্ৰতি প্ৰত্যহ্বান আৰু পুণঃ প্ৰতিষ্ঠা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়? উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন। ২। দলত্যাগৰ অৰ্থ কি? উত্তৰঃ- দলত্যাগ মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা। ৩।  ভাৰতবৰ্ষত কোনটো বছৰক "ভয়ংকৰ দশক" বুলি কোৱা হয়? উত্তৰঃ- ১৯৬০-ৰ দশক। ৪। সংযুক্ত চৰকাৰ কি? উত্তৰঃ- যেতিয়া কোনো নিৰ্বাচনত  ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ লাভ কৰিব নোৱাৰে তেতিয়া কেইবাটাও দল একগোট হৈ চৰকাৰ গঠন কৰে,ইয়াকে সংযুক্ত চৰকাৰ বোলে। ৫। ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্ৰাৰ্থীক সমৰ্থন কৰিছিল? উত্তৰঃ- ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে উপৰাষ্ট্ৰপতি ভি.ভি. গিৰিৰ নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছিল। ৬। চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰঃ- ১৯৬৭ চনত। ৭। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ? উত্তৰঃ- ২৮৩ খন।  ৮। সংযুক্ত চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰঃ- ১৯৬৭ চনত। ৯। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীন বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰ...

Class-12 Education// শিক্ষণ সকলো প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। শিক্ষণৰ কোনটো পদ্ধতিয়ে স্বভাৱিক প্ৰৱনতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্হাপন কৰে? উত্তৰঃ- অনুবন্ধনৰ দ্বাৰা পদ্ধতি। ২। ........... শিক্ষণৰ অনুবন্ধন( মৌলিক) তত্বৰ এজন প্ৰৱৰ্তক আছিল। উত্তৰঃ- আইভান পেভলভ। ৩। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি ........... দ্বাৰা সমৰ্থিত আছিল। উত্তৰঃ-  এডৱাৰ্ড লী থৰ্ণডাইকৰ দ্বাৰা। ৪। গেষ্টাল্ট এটা........ শব্দ।(খালী ঠাইপূৰ কৰা) উত্তৰঃ- জাৰ্মান শব্দ। ৫। অভিজ্ঞতাৰ যোগেদি........... সংশোধনেই হৈছে শিক্ষণ। উত্তৰঃ- প্ৰতিক্ৰিয়া বা আচৰণ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। উত্তৰঃ- শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল-          ক) নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়।           খ) শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। ২। শিক্ষণৰ প্ৰধান দুটা পদ্ধতি উল্লেখ কৰা। উত্তৰঃ- শিক্ষণৰ প্ৰধান দুটা পদ্ধতি তলত উল্লেখ হল-          ক) প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি।          খ) অন্তদৰ...

Class-12 Education question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰঃ- ৫ জুন তাৰিখে। ২। জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো কোনে পোন প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল? উত্তৰঃ- আলভা মিৰদাল। ৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত "জনসংখ্যা নীতি" ঘোষণা কৰিছিল? উত্তৰঃ- ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত। ৪। পোন প্ৰথমবাৰৰ বাবে "মূল্যবোধ" শব্দৰ প্ৰয়োগ কোনে কৰিছিল ? উত্তৰঃ- জাৰ্মান দাৰ্শনিক ফ্ৰেড্ৰিক নিয়েটয়ে। ৫। "Environment" শব্দটো ফৰাচী ভাষাৰ -------শব্দৰ পৰা আহিছে। উত্তৰঃ- Environer ৬। ১৯৯২ চনত বসুন্ধৰা সন্মিলন------- চহৰত অনুষ্ঠিত হৈছিল। উত্তৰঃ ব্ৰাজিলৰ ৰিঅ' দি জেনেইৰত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-         ক) জনসংখ্যা শিক্ষাই জন সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে।         খ) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহহণা যোগায়। ২। মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-     ...

Class-12 // সেউজ বিল্পৱ।।পৰিকল্পিত বিকাশৰ ৰাজনীতি।।

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?                            বা     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়? উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)। ২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited. ৩। ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" কাক কোৱা হয়?  উত্তৰঃ- ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" ভাৰ্গিজ কুৰেইনক কোৱা হয়। ৩। বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢি তোলা হৈছে? উত্তৰঃ- নিতি আয়োগ। ( ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে।) ৪। শ্বেত বিল্পৱ কি? উত্তৰঃ- গাখীৰৰ পৰা উৎপাদিত দ্ৰৱ্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিল্পৱক শ্বেত বিল্পৱ বোলে। এই বিল্পৱৰ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। ৫। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? উত্তৰঃ- ১৯৫০ চনত। ৬। নিতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া কোন? উত্তৰঃ-সিন্ধুশ্ৰী খুল্লাৰ। ৭। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ ...