Posts

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Template||Online Exam tamplate Dowanload

  Download Now|| Online Exam Template...      All UG & PG students use for Online Exam  Template link:https://drive.google.com/file/d/1fMFHVOJATz93nLzKwrJAiZSX8alR6ucG/view?usp=drivesdk

Political Science// HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ২। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়? উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত। ৩। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা। ৪। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ? উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত। ৫। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation. ৬। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?                             বা     কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা । উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেল...

Political Science//HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?                            বা     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়? উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)। ২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited. ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়? উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন। ৫। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা । উত্তৰঃ-ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা  হল-        ক) ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন কৰা।        খ) ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা। ২। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহন কৰা হৈছিল? এই আইনৰ অধীনত গঠন...

Class 12 Assamese question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। অসমীয়া সাহিত্যৰ এক মূল্যবান সম্পদ 'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল?                                       বা     'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল? উত্তৰঃ- উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ২। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰঃ- আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। ৩। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰঃ-'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰিৱা ৰচনাৱলী ( প্ৰথম খণ্ড) ৰ পৰা সংগ্ৰহ কৰা হৈছে। ৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰঃ-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম । ৫। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰঃ- ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ৬। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰঃ- বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাছ। ৭। পদাৰ্থ কণা-ত্বৰক কি? উত্তৰঃ- পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢাই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বো...

Class-12 Geography question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। মুক্ত বাণিজ্য কি? উত্তৰঃ- যেতিয়া এখন দেশে আন এখন দেশৰ লগত বাণিজ্য স্হাপন কৰে,তাকে মুক্ত বাণিজ্য বোলে। ২। বিনিময় প্ৰথা কি? উত্তৰঃ সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল বিনিময় প্ৰথা।  ৩। বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্হিত? উত্তৰঃ- বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্হিত। ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-       ক) আলিবাট,নদী আৰু খালৰ দুয়োকাষে গঢি উঠা বসতিক কোন আকৃতিৰ?              ১। ঘূৰণীয়া বত্তাকৰ        ২। ৰৈখিক বসতি              ৩। ক্ৰচ-আকৃতিৰ বসতি  ৪। তৰাৰুপী বসতি।        খ) তলত দিয়া কোনখন চহৰ নদীৰ পাৰত অৱস্হিত নহয়?              ১। আগ্ৰা        ২। পাটনা              ৩। ভূপাল      ৪। কলকাতা।     ...

Class-12 Political Science question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ        ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা।         চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।  উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...

Class-12 Education//মানসিক স্বাস্হ্য আৰু স্বাস্হ্য বিজ্ঞান ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। হাইজিন(Hygine) শব্দটো মূলত ........ শব্দ। (খালী ঠাই পূৰ কৰা) উত্তৰঃ- গ্ৰীক শব্দ। ২। মানসিক স্বাস্হ্য বিজ্ঞান সংজ্ঞা দিয়া। উত্তৰঃ- হেলফিল্ডৰ মতে, 'মানসিক স্বাস্হ্য-বিজ্ঞান মানসিক স্বাস্হ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জডিত বিজ্ঞান।'               ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, 'মানসিক স্বাস্হ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জডিত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়।'    ৩। তলত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা-      ১০,১২,১৪,১২,১২,১৬,২০,২৫,৩২  উত্তৰঃ- ১২ ৪। তলৰ ৰাশিসমূহৰ পৰা প্ৰসাৰ উলিওৱা-      ৫,১০,২০,২৬,৩০,২৪,৫০,৬০ উত্তৰঃ-দিয়া আছে,                  ৫,১০,২০,২৬,৩০,২৪,৫০,৬০         এতিয়া,                   প্ৰসাৰ= উচ্চতম ৰাশি - নিম্মতম ৰাশি                ...