Posts

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

উভতি নহাৰ কবিতা- (নৱকান্ত বৰুৱা)

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। 'উভতি নহাৰ কবিতা' কবিতাটি  কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ:-'উভতি নহাৰ কবিতা' কবিতাটি 'দলঙত তামীঘৰা' পৰা সংগ্ৰহ কৰা হৈছে। ২। নৱকান্ত বৰুৱাই কোনখন পুথিৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? উত্তৰ:- নৱকান্ত বৰুৱাই 'ককাদেউতাৰ হাৰ' উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। ৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাৰ্থক্য লিখা। উত্তৰ:- ৰোমাণ্টিক কবিতাত কবিয়ে পুনৰজনমত বিশ্বাস কৰে। আনহাতে,আধুনিক কবিতাত কবিয়ে ভাৱে যে এই পৃথিৱীৰ পৰা এবাৰ গুচি গলে মানুহ পুনৰ উভতি আহিব নোৱাৰে। ৪।  'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা? উত্তৰ:-  'উভতি নহাৰ কবিতা' আধুনিক শ্ৰেণীৰ কবিতা। ৫। 'তামিঘৰা' শব্দটিৰ অৰ্থ লিখা। উত্তৰ:-  'তামিঘৰা' শব্দটিৰ অৰ্থ হল-তম্বু । খ) চমু প্ৰশ্ন( প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ)-- ১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম লিখা। উত্তৰ:- নৱকান্ত বৰুৱাৰ তিনিখন কবিতাপুথিৰ নাম হল-           ক)এটি দুটি এঘাৰটি তৰা           খ) দলঙত তামীঘৰা           গ) ৰত্...

আঘোনৰ কুৱলী কবিতাটিৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম কি? উত্তৰ:-কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিৰ নাম হল আমাৰ পৃথিৱী। ২। কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল? উত্তৰ:-কবি কেশৱ মহন্তই  'মোৰ যে কিমান হেপাঁহ'  নামৰ কাব্যগ্ৰন্হৰ বাবে সাহিত্য অকাদেমি বটাঁ লাভ কৰিছিল। ৩। কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম লিখা। উত্তৰ:-কেশৱ মহন্তই ৰচনা কৰা এখনি শিশু উপযোগি গ্ৰন্হৰ নাম হল- 'মা আমি শদিয়ালৈ যামেই' । খ) প্ৰতিটো ২ আৰু ৩ নম্বৰৰ প্ৰশ্নোত্তৰ- ১ । অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা। উত্তৰ:-অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হল-     ক) জয়ন্তী আলোচনী     খ) পছোৱা আলোচনী     গ) ৰামধেনু আলোচনী। ২। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ:-কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হল-          ক)  আমাৰ পৃথিৱী          খ) আগন্তুক । ৩। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা ...

''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে কেতিয়া আৰু কত প্ৰকাশ পাইছিল? উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটি প্ৰথমে ১৯৩৯ চনত 'মিলন'ত প্ৰকাশ পাইছিল। ২। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা । উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হল-           ক) ৰাণ্ডা           খ) বটালি। ৩। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি মন্তব্য কৰিছিল? উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই মন্তব্য কৰিছিল যে- 'মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে,তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ' । ৪। ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম লিখা। উত্তৰ:- ''কাঠমিস্ত্ৰীৰ ঘৰ'' কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে সজা দুটা আচবাবৰ নাম হল-       ক) টেবুল       খ) চেয়াৰ। ৫। ...

'' জনতাৰ আহ্বান'' কবিতাটিৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম কি? উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম নাটকখনৰ নাম হল-শোণিতকুৱৰী। ২। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতাপুথি এখনৰ নাম হল লুইতৰ পাৰৰ অগ্নিসুৰ। ৩। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকখনৰ নাম হল-          ক) শোণিতকুৱৰী          খ) লভিতা । ৪। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম লিখা। উত্তৰ:-জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা অসমীয়া কথাছবি দুখনৰ নাম হল-           ক) জয়মতী ( ১৯৩৫ চনত নিৰ্মাণ কৰে। ই প্ৰথম অসমীয়া কথাছবি )।            খ) ইন্দ্ৰমালতী ( ১৯৩৯ চনত নিৰ্মাণ কৰে।ই দ্বিতীয় অসমীয়া কথাছবি )। খ) প্ৰতিটো ৩ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''জনতাৰ আহ্বান'' কবিতাটোত কবিয়ে 'আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান' বুলি কিয় কৈছে? উত্তৰ:- ৰুপকোৱৰ জ্য...

''বিশ্বখনিকৰ'' কবিতাৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-   ১। ''বিশ্বখনিকৰ'' কোন শ্ৰেণীৰ কবিতা? উত্তৰ:-''বিশ্বখনিকৰ'' এটা আধ্যাত্মিক ভাৱৰ কবিতা। ২। অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কোনগৰাকী কবি জনাজাত? উত্তৰ:-অসমীয়া সাহিত্যত ''জ্ঞানমালিনীৰ কবি'' হিচাপে কবি মফিজুদ্দিন আহমদ হাজৰিকা জনাজাত। ৩। ''বিশ্বখনিকৰ'' বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ:-''বিশ্বখনিকৰ'' বুলি ঈশ্বৰৰ কথা কোৱা হৈছে। ৪। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ:-মফিজুদ্দিন আহমদ হাজৰিকা 'জোনাকী' যুগৰ কবি। ৫। মফিজুদ্দিন আহমদ হাজৰিকাই লিখা কবিতাপুথি এখনৰ নাম লিখা।  উত্তৰ:-জ্ঞানমালিনী ৬। ''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক কোন? উত্তৰ:-''তত্ত্ব-পাৰিজাত'' পুথিৰ ৰচক হল মফিজুদ্দিন আহমদ হাজৰিকা। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ:-কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হল-         ক) জ্ঞানমালিনী         খ) তত্ত্ব-পাৰিজাত ২। সত্ত্ব: ,ৰজ:,তমো গুণ  ...

''Going Places'' All most important common question & answers of Going Places in 2021

Very short answer type questions( Each 1 Mark)-  1. Who is the writer of "Going places"? Ans: the writer of "Going places"is A. R.Barton. 2.How was Geoff employed? Ans: Geoff was employed as an apprentice mechanic. 3.What does Sophie want to have when she grows up? Ans: Sophie wants to have a boutiqueof her own when she grows up. 4.Who are the two friends in the story" Going Places"? Ans: the two friends in the story" Going Places"are Sophie and Jansie. 5.Where was it most likely that the two girls would find work after school? Ans: It was most likely that the two girls would find work in a biscuit factory after school. 6.Who is Derek? Ans: Derek is the younger brother of Sophie. 7. Who is Geoff? Ans:Geoff is Sophie`s elder brother. 8.Which country did Danny Casey play football for? Ans: Danny Casey played football for Ireland. 9.Did Sophie really meet Danny Casey? Ans: No,Sophie did not really meet Danny Casey. 10.For whom did Sophie ask Danny C...

''অ-প্ৰতিযোগিতামূলক বজাৰ'' গোটৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। একচেটিয়া বজাৰ কি? উত্তৰ:- একচেটিয়া বজাৰ এনে এখন বজাৰ যিখন বজাৰত এটা সামগ্ৰীৰ এজনেই বিক্ৰেতা আছে আৰু সামগ্ৰীটোৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাই আৰু বজাৰখনত আন বিক্ৰেতা প্ৰৱেশ কৰাটো অসম্ভৱ। ২। মুঠ আয় কি? উত্তৰ:-  কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰী কৰি বিক্ৰেতাই যি আয় অৰ্জন কৰে ,থাকে মুঠ আয় বোলে। ৩। গড় আয় কি? উত্তৰ:-  মুঠ আয়ক বিক্ৰী হোৱা উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায় ,থাকে গড় আয়  বোলে। ৪। প্ৰান্তিক আয় কি? উত্তৰ:-  অতিৰিক্ত এক একক সামগ্ৰী বিক্ৰী কৰাৰ ফলত মীঠ আয়ৰ যি পৰিৱৰ্তন হয়,থাকে প্ৰান্তিক আয়  বোলে। ৫। একাধিকাৰ প্ৰতিযোগী বজাৰ কি? উত্তৰ:- একাধিকাৰ প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বহুসংখ্যক বিক্ৰেতাই ঘনিষ্ঠ বিকল্প সামগ্ৰী উৎপাদন কৰে আৰু যত বিক্ৰেতাৰ আমগমনৰ কোনো বাধা নাথাকে।  ৬। অল্পসংখ্যক প্ৰতিযোগী বজাৰ কি? উত্তৰ:- অল্পসংখ্যক প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বিক্ৰেতাৰ সংখ্যা দুজনতকৈ অধিক কিন্তু অসংখ্য নহয়। ৭। একচেটিয়া বজাৰত লাভৰ পৰিমাণ কেতিয়া সৰ্বোচ্চ হয়? উত্তৰ:- একচ...