Posts

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Ordinal Utility Approach(Economics)// HS 2nd Year final exam common question &answer of economics in 2021

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ প্ৰশ্নোত্তৰ):-- ১। বাজেট ৰেখা কি উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে।      ইয়াৰ চৰ্ত হল:- Px+Py=M  যত,Px+Py= দুটা দ্ৰৱ্য                M =  মুঠ আয়               তলত বাজেট ৰেখাৰ চিত্ৰ দেখুওৱা হল--                                                                                                        চিত্ৰ- বাজেট ৰেখা  ২। বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি বুজাই? উত্তৰ:- বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপালক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় মুঠ আ...

Consumer`s Behaviour//HS 2nd Year final exam for most important common question &answer in 2021

  ক) অতি চমু প্ৰশ্ন(প্ৰতি প্ৰশ্নোত্তৰ ১ নম্বৰ):-- ১। উপযোগিতা কি উত্তৰ:- সামগ্ৰী বা সেৱাকাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। স্বাস্হ্যৰ প্ৰতি ক্ষতিকাৰক সামগ্ৰী একোটাৰো উপযোগিতাথাকিব পাৰে,যদিহে সেই সামগ্ৰীটোৱে কোনো এজন গ্ৰাহকৰ অভাৱ পূৰণ কৰিব পাৰে। ২। উপযোগিতাৰ দুটা ভাগ উল্লেখ কৰা। উত্তৰ:-উপযোগিতাৰ দুটা ভাগ তলত উল্লেখ কৰা হল:-     ক) মুঠ উপযোগিতা;     খ) প্ৰান্তিক উপযোগিতা। ৩। মুঠ উপযোগিতা কি? উত্তৰ:-এজন উপভোক্তাই তেওঁৰ উপলব্ধ এটা দ্ৰৱ্যৰ আটাইবোৰ গোট উপভোগ কৰি যিমান পৰিমানৰ উপযোগিতা পায়,তাকে মুঠ উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী একোটাৰ আটাইকেইটা গোটৰ পৰা গ্ৰাহকে লাভ কৰা উপযোগিতাই হল মুঠ উপযোগিতা । ৪। প্ৰান্তিক উপযোগিতা কি? উত্তৰ:-এজন উপভোক্তাই এটা দ্ৰৱ্যৰ অতিৰিক্ত এটা গোট উপভোগ কৰি যিমান পৰিমাণৰ অতিৰিক্ত উপযোগিতা পায়,তাকে প্ৰান্তিক উপযোগিতা বোলে। অৰ্থাৎ,সামগ্ৰী বা সেৱা কাৰ্যৰ অতিৰিক্ত এককৰ পৰা লাভ কৰা উপযোগিতাই হল প্ৰান্তিক উপযোগিতা। ৫। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি উত্তৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ...

Assamese(MIL)// HS 2nd year final exam most important common question and answer in 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১১ ১। ভক্তি বিবেক গ্ৰন্হ খন কোনে সম্পাদনা কৰিছিল? উত্তৰ:-'ভক্তি বিবেক' গ্ৰন্হ খন লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰিছিল। ২। আনন্দৰাম বৰুৱাই লৰা কালতে কণ্ঠস্হ কৰা গ্ৰন্হখনৰ নাম কি? উত্তৰ:- অমৰকোষ । ৩। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ:-আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা । ৪। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্হত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ:-'মহাবীৰ চৰিত' গ্ৰন্হত। ৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম । ৬। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। খ) প্ৰতিটো ৪ আৰু ৬ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল,আলোচনা কৰা। উত্তৰ:-উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্ত্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে ব্যক্তিগত আৰু সামাজ জীৱনৰ মংগলৰ লক্ষ্য আগত ৰাখি উপনিষদৰ অনুশাসনক আধাৰ হিচাপে লৈ কিছুমান উপদেশ দিছিল।         গুৰুৱে দিয়া প্ৰথম উপদেশ হল--'' সত্য কবা, ধৰ্ম আচৰ...

Economics//HS 2nd Year final exam for most important question & answers in 2021

ক) অতি চমু প্ৰশ্নোত্তৰ ( ১ ,২ আৰু ৩ নম্বৰ প্ৰতিটো)। ১। দ্ৰৱ্য মানে কি? উত্তৰ: যিবোৰ বস্তুক স্পৰ্শ কৰিব পাৰি আৰু অভাৱ পুৰণ কৰিব পাৰি,তাকে দ্ৰৱ্য বোলে। উদাহৰণস্বৰুপে, খাদ্য বস্তু, বাসস্থান ইত্যাদি। ২। সেৱা মানে কি? উত্তৰ :যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি আৰু অভাৱ পুৰণ কৰিব পৰা ক্ষমতা থাকে,তাক সেৱা বোলে। উদাহৰণস্বৰুপে,ডাক্তৰ, শিক্ষক ইত্যাদি। ৩। সুযোগ ৱ্যয় কি? উত্তৰ উতপাদনবোৰ বিকল্প ব্যৱহাৰৰ ফলত যি ক্ষতি হয়,তাকে সুযোগ ৱ্যয় বোলে। উদাহৰণস্বৰুপে, এজন খেতিয়কে যদি বেছিকৈ ধান উতপাদন কৰাব বিচাৰে,তেনেহলে খেতিয়কে আন সামগ্ৰী কম পৰিমানে উতপাদন কৰিব লাগিব। যাৰফলত, কিছু ৱ্যয় হয়। ৪। সুযোগ ৱ্যয়ক----------বুলি কোৱা হয়। উত্তৰ :সুযোগ ৱ্যয়ক  অৰ্থনৈতিক ৱ্যয়  বুলি কোৱা হয়। ৫। মিশ্ৰ অৰ্থনীতি কি? উত্তৰ:মিশ্ৰ অৰ্থনীতি হল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান। ৬। দুষ্প্ৰাপ্যতা মানে কি? উত্তৰ:দুষ্প্ৰাপ্যতা মানে হল যিবোৰ বস্তু পাবলৈ টান অৰ্থাত যিবোৰ বস্তু পোৱা সহজে পোৱা নাযায়। ৭। বজাৰ অৰ্থনীতি কি? উত্তৰ:বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আটাইবোৰ অৰ্থনৈতিক কাৰ্যকলাপ নিৰ্ণয় কৰা হয়। ই...

2021 FOR ASSAMESE COMMON QUESTION ANSWER PART-1

  ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে। ২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা । উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি। ৩। লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল ? উত্তৰ :- ১৮৬৪ চনত। ৪। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা। উত্তৰ :- 'বাহী' । ৫। 'ওমৰ তীৰ্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ? উত্তৰ :- ৰুবায়তৰ । ৬। 'বনফুল'ৰ কবি বুলি কাক আখ্যা দিয়া হয়?  উত্তৰ :-'বনফুল'ৰ কবি বুলি যতীন্দ্ৰনাথ দুৱৰাক আখ্যা দিয়া হয় । খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আৰু  'জ্ঞান'  কোন আছিল ? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান'   আছিল মি...
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰ:-গোলকীয় উষ্ণতা। ২। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা।( হয় নে নহয়) উত্তৰ:-হয়। ৩। বিশ্বায়নৰ দুটা উদাহৰণ দিয়া। উত্তৰ:-ক)অৰ্থনৈতিক           খ) সামাজিক খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। বিশ্বায়ন বা গোলকীকৰণৰ কাৰণসমূহ কি কি? উত্তৰ:-বিশ্বায়ন বা গোলকীকৰণৰ কাৰণসমূহ হল-       ক)  জন প্ৰব্ৰজন ;       খ) ইউৰোপীয় পুঁজিবাদী;       গ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি;       ঘ) ছপাহালৰ আৱিষ্কাৰ। ২। বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি কি? উত্তৰ:-বিশ্বায়নৰ মাত্ৰাসমূহ হল-           ক) ৰাজনৈতিক;           খ) অৰ্থনৈতিক ;           গ) সাংস্কৃতিক ।  ৩। বিশ্বায়ন প্ৰক্ৰিয়াৰ  সৈতে জৰিত দুটা সংগঠনৰ নাম উল্লেখ কৰা। উত্তৰ:-বিশ্বায়ন প্ৰক্ৰিয়াৰ  সৈতে জৰিত দুটা সংগঠনৰ নাম তলত উল্লেখ কৰা হল-           ক) বিশ্ব বেংক ; ...

pcs9

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়? উত্তৰ:-ৰাষ্ট্ৰসংঘ দিৱস হিচাপে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে পালন কৰা হয়। ২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যৰ সংখ্যা কিমান? উত্তৰ:- ৫ খন।  ৩। শুদ্ধ নে অশুদ্ধ লিখা-         ৰাষ্ট্ৰসংঘ এটা সাৰ্বভৌম সন্হা। উত্তৰ:- অশুদ্ধ ৪। কোনটো বৰ্ষত পাৰমাণৱিক নি: প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰ:- ১৯৬৮ চনৰ জুলাই মাহত।  ৫। ভাৰতে কায়টো প্ৰটকললত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? উত্তৰ:-  ২০০২ চনৰ আগষ্ট মাহত।  খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্হায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া। উত্তৰ:-ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যপদ দিব লাগে । তলত দুটা যুক্তি উল্লেখ কৰা হল-       ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত জনসংখ্যাৰ দেশ।       খ) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ২। সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম লিখা। উত্...