Posts

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Class-12 Political Science//HS 2nd Year final exam common questions &answers of Political Science in 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতে কেতিয়া কায়টো প্ৰটকলত স্বাক্ষৰ আৰু অনুমোদন কৰিছিল? উত্তৰঃ-২০০২ চনৰ আগষ্ট মাহত। ২। ২১ দফীয়া ( Agenda 21) কি? উত্তৰঃ-২১ দফীয়া ( Agenda 21) হল ৰিঅ' সন্মিলনত গ্ৰহণ কৰা এক উন্নয়ণমূলক পদক্ষেপ। ৩। কোনটো দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়? উত্তৰঃ- ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। ৪। বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হল প্ৰযুক্তিবিদ্যা।( হয় নে নহয়)  উত্তৰঃ- হয়। ৫। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? উত্তৰঃ- ১৯৯১ চনত।  ৬। বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-বিশ্বায়নৰ এটা বৈশিষ্ট্য হল-বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া। খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ কি কি? উত্তৰঃ-বিশ্বায়ণ বা গোলকীকৰণৰ কাৰণসমূহ তলত উল্লেখ কৰা হল-           ক) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি।           খ) ছপাশালৰ আৱিষ্কাৰ।           গ) ইউৰোপীয় পুঁজিবাদী।           ঘ) জনপ্ৰব্ৰজন। ২। বিশ্বায়ক সহ...

Chapter-1 Education//স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মাধ্যমিক শিক্ষা আয়োগ কেতিয়া গঠন কৰা হয়? উত্তৰঃ-মাধ্যমিক শিক্ষা আয়োগ ১৯৫২ চনত  গঠন কৰা হয়। ২। শিক্ষাৰ ১০­+২+৩ সূত্ৰটোৰ পৰামৰ্শ কোন আয়োগে দিছিল ? উত্তৰঃ-শিক্ষাৰ ১০­+২+৩ সূত্ৰটোৰ পৰামৰ্শ কোঠাৰী আয়োগে দিছিল । ৩।  মাধ্যমিক শিক্ষা আয়োগক আন কি নামেৰে জনাজাত? উত্তৰঃ-মুডালিয়াৰ আয়োগ। ৪। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা। উত্তৰঃ- কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়। ৫। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কিমান চনত গঠন কৰা হৈছিল? উত্তৰঃ-১৯৮৪ চনত। ৬। অসম মাধ্যমিক শিক্ষা আইন কিমান চনত গ্ৰহণ কৰা হৈছিল ? উত্তৰঃ-১৯৬১ চনত।  ৭। ভাৰতৰ ভাগ্য এতিয়া শ্ৰেণীকক্ষত গড় লয়।----- আয়োগে আগবড়াইছিল। উত্তৰঃ- কোঠাৰী আয়োগে। ৮। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ........আয়োগৰ পৰামৰ্শক্ৰমে স্হাপন কৰা হৈছিল। উত্তৰঃ- কোঠাৰী আয়োগৰ। ৯।  খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মাধ্যমিক শিক্ষা আয়োগে নাইবা মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা আসোঁৱাহ উল্লেখ কৰা। উত্তৰঃ-মাধ্যমিক শিক্ষা আয়োগে নাইবা মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা আসোঁৱাহ তলত উল্লেখ ...

Class-12 Political Science// সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?                             বা     কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত। ২। ISIS-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-ISIS-ৰ সম্পূৰ্ণ অৰ্থ হল The Islamic State of Iraq and Sham. ৩। ভাৰতবৰ্ষই কিমান চনত প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰৰিছিল? উত্তৰঃ- ১৯৭৪ চনত। ( দ্বিতীয়টো ১৯৯৮ চনত) ৪। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা। ৫। স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ দিয়া। উত্তৰঃ-স্বাস্হ্য মহামাৰীৰ এটা উদাহৰণ হল- পক্ষী জ্বৰ( Bird flue). ৬। ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? উত্তৰঃ-ক্ষেপণাস্ত্ৰ বিৰেধী চুক্তি ১৯৭২ চনত স্বাক্ষৰ কৰা হৈছিল।  ৭। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ? উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত। ৮। ৰায়' সন্মিলনে 'কাৰ্যসূচী ২১'  নামেৰে বিকাশমূলক কাৰ্যপন...

Class-12// আন্তৰ্জাতিক সংগঠন

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হয়?                    বা     কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়? উত্তৰঃ-ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ চনৰ অক্টোৱৰ তাৰিখে প্ৰতিষ্ঠা কৰা হয়।                                       বা          ২৪ অক্টোৱৰ তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়। ২। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্যই স্বাক্ষৰ কৰিছিল? উত্তৰঃ-৫১ খন। ৩। ৰাষ্ট্ৰসংঘৰ কোন সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে?  উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্হায়ী সদস্যই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  স্হায়ী সদস্য আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ কেইখন লিখা। উত্তৰঃ- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ  স্হায়ী সদস্য ৰাষ্ট্ৰ ৫ খন আৰু অস্হায়ী সদস্য ৰাষ্ট্ৰ ১০ খন।  ৫। ৰাষ্ট্ৰসংঘই 'মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ' কেতিয়া গ্ৰহ...

Chapter-7 Class-12 Geography //তৃতীয় আৰু চতুৰ্থক বৃত্তি

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। দ্বিতীয়ক বৃত্তি কি? উত্তৰঃ- প্ৰাথমিক বৃত্তিৰ দ্বাৰা আহৰণ কৰা সামগ্ৰীবোৰ শোধন,নিৰ্মাণ প্ৰক্ৰিয়াৰ মাজেৰে পৰিৱৰ্তন ঘটাই মানুহৰ ব্যৱহাৰৰ উপযোগী কৰে,তেনে বৃত্তিক দ্বিতীয়ক বৃত্তি বোলে।         উদাহৰণস্বৰুপে,                    ক)কুঁহিয়াৰৰ পৰা চেনি                    খ) ধপাতৰ পৰা ছিগাৰেট। ২। দ্বিতীয়ক বৃত্তিৰ আন এটা নাম কি? উত্তৰঃ- দ্বিতীয়ক বৃত্তিৰ আন এটা নাম হল Blue Collar Job. ৩। তলৰ কোনটো দ্বিতীয় বৃত্তিৰ নহয়ঃ-      ক) লো শোধন         খ) মাছ ধৰা      গ) কাপোৰ চিলোৱা  ঘ) পাছি-খৰাহী বনোৱা খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰঃ-দ্বিতীয়ক বৃত্তিৰ দুটা উদাহৰণ হল-               ক)কুঁহিয়াৰৰ পৰা চেনি               খ) ধপাতৰ পৰা ছিগাৰেট। ২। উদ্যোগসমূহৰ স্হান নিৰ্ণয় কৰাত প্ৰভাৱ ...

CLASS-12// সমসাময়িক দক্ষিণ এছিয়া

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation. ২। SAFTA-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAFTA-ৰ সম্পূৰ্ণ অৰ্থ হল South Asian Free Trade Agreement. ৩। ভাৰতৰ পূবৰ পিনে চোৱা নীতি(Look East Policy)-ৰ অংশীদাৰ ৰাষ্ট্ৰ কোন আছিল? উত্তৰঃ-বাংলাদেশ।  ৪।  ভাৰত আৰু পাকিস্তানৰ মাজত কিমান চনত ফাৰাক্কা চুক্তিত স্বাক্ষৰ কৰিছিল? উত্তৰঃ- ১৯৯৬ চনত। ৫। SAFTA-চুক্তি কামান চনত স্বাক্ষৰ কৰা হৈছিল? উত্তৰঃ- ২০০৪ চনত।  খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰঃ-SAARC-ৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৮৫ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল।  ২। শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা। উত্তৰঃ-শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম হল-           ক) সিংহলী           খ) LTTT(Liberation Tigers of Tamil Elam). ৩। ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা বা সমন্বয় আৰু সংঘাতৰ দিশ এটাকৈ ...

Class-12// প্ৰাথমিক কৃষি

 ক) নিম্নলিখিত বিকল্প সমূহৰ পৰা উত্তৰটো বাচি উলিওৱা-- ১। তলৰ কোনবিধ ৰোপন শস্য নহয়ঃ---    ক) কফি   খ) কুঁহিয়াৰ    গ) গম      ঘ) ৰবৰ ২। তলৰ কোনখন দেশে সমবায় কৃষিত সাফল্যৰ অভিজ্ঞতা লাভ কৰিছেঃ--     ক) ৰাছিয়া  খ) ডেনমাৰ্ক    গ) ভাৰত   ঘ) নেদাৰলেণ্ড ৩। ফুল উৎপাদনক কোৱা হয়--     ক) ট্ৰাক ফাৰ্মিং   খ) কাৰখানা কৃষি     গ) মিশ্ৰ কৃষি      ঘ) ফ্ল'ৰিকালচাৰ খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ভিটিকালচাৰ কি? উত্তৰঃ- ভিটিকালচাৰ হল ভূমধ্যসাগৰীয় আঞ্চলৰ প্ৰধান বিশেষত্ব। ২। পশুপালন কি? উত্তৰঃ- মানুহে ঘৰতে জীৱ-জন্তু প্ৰতিপালন কৰা কাৰ্যক পশুপালন বোলে। ইয়াৰ ভাগ দুটা,যেনে- ক) অঘৰী পশুপালন আৰু খ) বাণিজ্যিক পশুপালন। ৩। ঋতু প্ৰবাস কি? উত্তৰঃ-ঋতু অনুসৰি যিসকল লোকে বাসস্হান সলনি কৰি পশুপালন বৃত্তিৰে জীৱন-জীৱিকা নিৰ্বাহ কৰে,তেওঁলোকক ঋতুপ্ৰবাস বোলে। গ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰঃ-প্ৰাথমিক বৃত্তিৰ দুটা উদাহৰণ হল-       ...