Posts

Showing posts from September, 2020

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

''অ-প্ৰতিযোগিতামূলক বজাৰ'' গোটৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। একচেটিয়া বজাৰ কি? উত্তৰ:- একচেটিয়া বজাৰ এনে এখন বজাৰ যিখন বজাৰত এটা সামগ্ৰীৰ এজনেই বিক্ৰেতা আছে আৰু সামগ্ৰীটোৰ কোনো নিকটৱৰ্তী বিকল্প সামগ্ৰী নাই আৰু বজাৰখনত আন বিক্ৰেতা প্ৰৱেশ কৰাটো অসম্ভৱ। ২। মুঠ আয় কি? উত্তৰ:-  কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰী কৰি বিক্ৰেতাই যি আয় অৰ্জন কৰে ,থাকে মুঠ আয় বোলে। ৩। গড় আয় কি? উত্তৰ:-  মুঠ আয়ক বিক্ৰী হোৱা উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায় ,থাকে গড় আয়  বোলে। ৪। প্ৰান্তিক আয় কি? উত্তৰ:-  অতিৰিক্ত এক একক সামগ্ৰী বিক্ৰী কৰাৰ ফলত মীঠ আয়ৰ যি পৰিৱৰ্তন হয়,থাকে প্ৰান্তিক আয়  বোলে। ৫। একাধিকাৰ প্ৰতিযোগী বজাৰ কি? উত্তৰ:- একাধিকাৰ প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বহুসংখ্যক বিক্ৰেতাই ঘনিষ্ঠ বিকল্প সামগ্ৰী উৎপাদন কৰে আৰু যত বিক্ৰেতাৰ আমগমনৰ কোনো বাধা নাথাকে।  ৬। অল্পসংখ্যক প্ৰতিযোগী বজাৰ কি? উত্তৰ:- অল্পসংখ্যক প্ৰতিযোগী বজাৰ এনে এখন বজাৰ যিখন বজাৰত বিক্ৰেতাৰ সংখ্যা দুজনতকৈ অধিক কিন্তু অসংখ্য নহয়। ৭। একচেটিয়া বজাৰত লাভৰ পৰিমাণ কেতিয়া সৰ্বোচ্চ হয়? উত্তৰ:- একচ...

''পূৰ্ণ প্ৰতিযোগিতামুলক বজাৰ'' গোটৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

Image
  ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। বজাৰ মানে কি? উত্তৰ:-সাধাৰণ অৰ্থতবজাৰ মানে এটুকুৰা নিৰ্দিষ্ট ঠাই বুজোৱা হয় যত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত পৰস্পৰ মুখামুখী হয় আৰু সামগ্ৰীবোৰ মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়। ২। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে? উত্তৰ:- যিখন বজাৰত অসংখ্য গ্ৰাহক আৰু বিক্ৰেতা থাকে ,তেওঁলোকৰ মাজত মুক্ত প্ৰবেশ আৰু মুক্ত প্ৰস্হান সম্ভৱ হৈ উঠে,তেনে বজাৰক  পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ বোলে।  ৩। মুঠ বিক্ৰী আয় কি? উত্তৰ:- কোনো এটা সামগ্ৰীৰ নিৰ্দিষ্ট পৰিমাণ বিক্ৰি কৰি  বিক্ৰেতাই যি আয় অৰ্জন কৰে, তাকে মুঠ বিক্ৰী আয় বোলে। ৪। গড় বিক্ৰী আয় কি? উত্তৰ:- মুঠ বিক্ৰী আয়ক উৎপন্নৰ পৰিমাণেৰে ভাগ কৰিলে যি আয় পোৱা যায়,তাকে গড় বিক্ৰী আয় বোলে। ৫। প্ৰান্তিক বিক্ৰী আয় কি? উত্তৰ:- এক একক সামগ্ৰী অধিক বা কমকৈ বিক্ৰী কৰাৰ ফলত মুঠ বিক্ৰী আয়ৰ যি পৰিৱৰ্তন হয়,তাকে প্ৰান্তিক বিক্ৰী আয় বোলে। ৬। অস্বাবাৱিক লাভ কি? উত্তৰ:- ব্যৱসায় প্ৰতিষ্ঠান এটাই স্বাভাৱিক লাভতকৈ বেছি যিখিনি লাভ অৰ্জন কৰে,তাকে অস্বাবাৱিক লাভ বোলে। ৭। ব্যৱসায় প্ৰতিষ্ঠানটোৰ সমাবস্হা বিন্দু কি? উত্তৰ:- ...

''চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা'' গোটৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) অতি চমু প্ৰশ্ন(প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-  ১। চৰকাৰী  বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি। ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া।  উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয়  কৰ ইত্যাদি।  ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। ৰাজহ ঘাটি কি উত্তৰ:- যেতিয়া চৰকাৰৰ ৰাজহ আয়তকৈ ৰাজহ ব্যয় বেছি,তেতিয়া তাক ৰাজহ ঘাটি বোলে। অৰ্থাৎ,ৰাজহ ঘাটি=ৰাজহ ব্যয়+ৰাজহ আয়। ৬। ৰাজহ ঘাটিৰ তাৎপৰ্য্য কি উত্তৰ:- ৰাজহ ঘাটিৰ তাৎপৰ্য্য হল ৰাজহ ঘাটিয়ে চৰকাৰৰ ৰাজকোষীয় নীতি প্ৰতিফলন কৰে। ই দেশখনৰ বিত্তীয় ব্যৱস্হাৰ অস্হিৰতাৰ নিৰ্দেশ দিয়ে। ৭। ৰাজকোষীয় ঘাটি কি উত্তৰ:- চৰকাৰৰ মুঠ ব্যয় আৰু মুঠ প্ৰাপ্তিৰ মাজত থকা পাৰ্থক্যকেই ৰাজকোষীয় ঘা...

'' বৰগীত'' কবিতাৰ পৰা সকলো গুৰুত্বপুৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১,২,৩ আৰু ৪ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়? উত্তৰ:- মণিকাঞ্চন সংযোগ । ২। 'মূৰুখ' শব্দৰ অৰ্থ কি? উত্তৰ:- 'মূৰুখ' শব্দৰ অৰ্থ হল-মূৰ্খ । ৩। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?                      বা     কোনখন গ্ৰন্হক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ:- নামঘোষা ৪। মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? উত্তৰ:- ১৫৭ টা । ৫। মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম লিখা। উত্তৰ:- মাধৱদেৱে ৰচনা কৰা তিনিখন নাটকৰ নাম হল-            ক) অৰ্ঞ্জুন ভঞ্জন,            খ) পিম্পৰা গুচোৱা,            গ) ভূমি লেটোৱা। ৬। মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম লিখা। উত্তৰ:- মাধৱদেৱে ৰচনা কৰা দুখন আখ্যানমূলক গ্ৰন্হৰ নাম হল-           ক) আদিকাণ্ড ৰামায়ণ           খ) ৰাজসূয় কাব্য । ৭। 'উঠৰে উঠ বাপু গোপাল হে' বৰগী...

'' বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ'' পাঠৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ:-বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাচ। ২। 'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰ পৰা লোৱা হৈছে? উত্তৰ:-'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানীক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্হৰ পৰা লোৱা হৈছে। ৩। যাদু-মন্ত্ৰ বা তাবিজ-বিভুতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে? উত্তৰ:-নোৱাৰি। ৪। বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম উল্লেখ কৰা। উত্তৰ:-বিশুদ্ধ খোৱা পানীৰ অভাৱত হোৱা দুটা বেমাৰৰ নাম তলত উল্লেখ কৰা হল-           ক) জ্বৰ ;           খ) ডায়েৰিয়া। ৫। বিজ্ঞানীৰ প্ৰধান কাম কি ? উত্তৰ:-বিজ্ঞানীৰ প্ৰধান কাম হল পৰ্যবেক্ষণ কৰা,জোখ-মাপ লোৱা,সত্যৰ অনুসন্ধান কৰা,বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। ৬। বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস উল্লেখ কৰা। উত্তৰ:-বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বৰ্তি থকা দুটা অন্ধবিশ্বাস তলত উল্লেখ কৰা হল- ...

'' ভাৰতীয় আদৰ্শত বৈৰাগ্য '' পাঠৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ২০২১

  ক) প্ৰতিটো ১ আৰু ২ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান কেনেকুৱা ? উত্তৰ:-ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্হান অতি উচ্চ। ২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ৩। কৰ্ম কৰা কৌশলক ভগৱদগীতাত কি যোগ বুলি কোৱা হৈছে? উত্তৰ:-কৰ্ম কৰা কৌশলক ভগৱদগীতাত কৰ্ম যোগ বুলি কোৱা হৈছে। ৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম। ৫। সংবিভাজ্য কি? উত্তৰ:-সংবিভাজ্য হল সমানে বিতৰণ কৰি ভোগ কৰা। ৬। বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা কি কি? উত্তৰ:-বিদ্যা লাভৰ চৰম প্ৰাপ্য বিষয় দুটা হল-           ক) সত্য           খ) ধৰ্ম ৭। ব্যক্তিৰ দায়িত্বৰ পৰিধি কিমান? উত্তৰ:-ব্যক্তিৰ দায়িত্বৰ পৰিধি হল আপোনাৰ পৰা পৰিয়ালৰ,পৰিয়ালৰ পৰা সমাজ--এই তিনিটা কথা সোঁৱৰাই দিছে--'মাতৃ দেৱো ভৱ','আচাৰ্য দোৱো ভৱ' আৰু 'অতিথি দেৱো ভৱ'। ৮। প্ৰকৃত ত্যাগ কি? উত্তৰ:-থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাহে প্ৰকৃত ত্যাগ। ৯। প্ৰকৃত বৈৰাগ্য কি? উত্তৰ:-প্ৰকৃততে পোৱাৰ বা থকাৰ পিছতো যে...

দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্হাৰ পৰিসমাপ্তি ৰ পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

 পাঠভিত্তিক প্ৰশ্নোত্তৰ- ১। কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল ? উত্তৰ:-১৯৮৯ চনৰ নৱেম্বৰ মাহত। ২। ৰাছিয়াত  সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? উত্তৰ:- ১৯১৭ চনত। ৩। কোন চনত ছোভিয়েট ৰাছিয়া ভংগ হৈছিল ? উত্তৰ:- ১৯৯১ চনত। ৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া। ৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া। ৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে? উত্তৰ:- ১৫ খন। ৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ? উত্তৰ:- মিখাইল গৰ্বাছেভ। ৮। কি আদৰ্শৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্হা প্ৰতিষ্ঠিত ? উত্তৰ:- সমাজ বাদী আদৰ্শত। ৯। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বহিচাপে জনা যায় ? উত্তৰ:- ছোভিয়েট ৰাছিয়া ।  ১০। ছোভিয়েট ৰাছিয়াৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল ?                                           বা         ছোভিয়েট ৰাছিয়াৰ কোনখন ৰাষ্ট্ৰত প...

Indigo Important Questions Class 12 English

                                                                    INDIGO                                                                                Louis Fischer   All very short answer type question(Each 1 Mark)- 1. Who is the auther of " Indigo"? Ans: the auther of " Indigo" is Louis Fischer. 2. Who was sir Edward Gait?                      or    Who apponited an official commission of inquary into the indigo sharecropers situation? Ans: Sir Edward Gait was the Lieutenant Governor who appointed an official commission of inquiry into the indigo sha...

গোট-১ ''শীতল যুদ্ধৰ যুগৰ'' পৰা সকলো গুৰুত্বপূৰ্ণ প্ৰস্নোত্তৰ

                              প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ-- ১। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ:-১৯১৪ চনত। ২। প্ৰথম বিশ্ব যুদ্ধ কেতিয়া শেষ হৈছিল? উত্তৰ:- ১৯১৯ চনত।  ৩। দ্বিতীয় বিশ্ব কেতিয়া আৰম্ভ হৈছেল? উত্তৰ:-১৯৩৯  চনত। ৪। দ্বিতীয় বিশ্বব যুদ্ধ কেতিয়া শেষ হৈছিল? উত্তৰ:- ১৯৪৫ চনত। ৫। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ৬। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৭। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৮। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।  উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৯। NATO-কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ:- NATO- ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। ১০। NATO-ৰ মুখ্য কাৰ্য্যালয় কত অৱস্হিত? উত্তৰ:- NATO-ৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ...

Lost Spring Important Questions & answers Class 12 English

                Very short answer type questions & answers                                         (1 Marks Each ) 1. Who is the auther of " lost Spring"? Ans : The auther of " lost Spring" is Anees Jung. 2. what is 'lost spring'about? Ans: " lost Spring" is about the poor Children like Saheb and Mukesh who lost thier childhood Days,due to poverty. 3. where was the original home of Saheb`s family? ans : The the original home of Saheb`s family was in Dhaka,The Capital city of Bangladesh. 4. What does the auther of " Lost spring" find Saheb doing evry morning? Ans: the auther of " Lost spring" finds Saheb Looking for gold in the garbage dumps of her neighbourhood evry morning. 5.What does Mukesh want to be? Ans: Mukesh wants to be a motor mechanic. 6. What does saheb look for in the garbage dumps? Ans: Saheb looks for someething valueable in the g...

Production And Cost( Economics)// HS 2nd Year final Exam for most important common question and answers of Economics in 2021

Image
  ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ)-- ১। উৎপাদন ফলন কি? উত্তৰ:-এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহাৰ কৰা উপাদানৰ মাজত সম্পৰ্কটোকে উৎপাদন ফলন  বোলে। অৰ্থাৎ,           Q=f(L,K)     ইয়াত,                  Q=উৎপাদন                   L,= শ্ৰমিক                   K=মূলধন ২। সমউৎপাদন ৰেখা কি? উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে। ৩। স্হিৰ খৰচ কি?  উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি নহয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ নকমে,সেই খৰচেই হল স্হিৰ খৰচ। উদাহৰণ,যন্ত্ৰপাতিৰ বাবদ হোৱা খৰচ ,স্হায়ী শ্ৰমিকৰ মজুৰি আৰু কৰ ইত্যাদি। ৪। পৰিৱৰ্তনশীল খৰচ কি? উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি হয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ কমি যায়,সেই খৰচেই হল পৰিৱৰ্তনশীল খৰচ। উদাহৰণ, অস্হায়ী...