Posts

Books related Information

Village lifestyle see

  Bellow village lifestyle vedio...link:-      https://youtu.be/KaViMdfBnTI?si=EZ2ihRliK433Rv9Q

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

Please Follow & Like

 Hi,  My YouTube Channel :-Explore Travel Blog & Facebook Page Link :- https://www.facebook.com/profile.php?id=100085310011936

নব্য সামাজিক আন্দোলন//HS 2n Year Political Science 2022 MCQ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ        ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা।         চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।  উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...

Political Science// HS 2nd Year final exam MCQ 2021-22

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল-  North-East Frontier Agency. ২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ। ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল? উত্তৰঃ- ১৯৫৩ চনত। ৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল। ৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। ৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত? উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে  আব্দুল গফুৰ খান জনাজাত।   খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ  ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল? উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ...

Political Science// HS 2nd Year final Exam Common question answer 2022

 প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা।  উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৫। কিউবান মিছাইল সংকট কিমান চনত সংগঠিত হৈছিল উত্তৰ:-১৯৬১ চনত। ৬। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা মুঠ সদস্য ৰাষ্ট্ৰ কিমান আছিল? উত্তৰ:- ২৫ খন । ৭। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ৮। বাৰ্লিন দেৱাল কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ:- ১৯৬১ চনত। ১০। NIEO ৰ অৰ্থ বুজাই লিখা। উত্তৰ:- NIEO ৰ অৰ্থ হল নৱ্য-আন্তৰ্জাতিক অৰ্থব্যৱস্হা (NEW INTERNATIONAL ECONOMIC ORDER). ১১। শীতল যুদ্ধৰ য...

Template||Online Exam tamplate Dowanload

  Download Now|| Online Exam Template...      All UG & PG students use for Online Exam  Template link:https://drive.google.com/file/d/1fMFHVOJATz93nLzKwrJAiZSX8alR6ucG/view?usp=drivesdk

Political Science// HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল ? উত্তৰ:- গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন ১৯৬১ চনত বেলগ্ৰেডত অনুষ্ঠিত হৈছিল । ২। বাৰ্লিন দেৱাল কিমান চনত ভংগ কৰা হয়? উত্তৰ:- ১৯৮৯ চনৰ নৱেম্বৰ মাহত। ৩। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। উত্তৰঃ- বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হল-গোলকীয় উষ্ণতা। ৪। ভাৰতে কিয়'টো প্ৰট'কল Kyoto Protocol)-ত কেতিয়া স্বাক্ষৰ আৰু অনুসোদন কৰে ? উত্তৰঃ- ২০০২ চনৰ আগষ্ট মাহত। ৫। SAARC-ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰঃ-SAARC-ৰ সম্পূৰ্ণ অৰ্থ South Asian Association for Regional Co-operation. ৬। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?                             বা     কোনটো বৰ্ষত পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰঃ- ১৯৬৮ চনৰ জুলাই মাহত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেলগ্ৰেড সন্মিলনত অংশগ্ৰহণ কৰা দুখন সদস্যৰ নাম উল্লেখ কৰা । উত্তৰ:-গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম বেল...

Political Science//HS 2nd Year final Exam common question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?                            বা     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়? উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)। ২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited. ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়? উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন। ৫। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? উত্তৰঃ-ড০ বি আৰ আম্বেদকাৰ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ ১। ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা । উত্তৰঃ-ৰাজ্য পুনৰ গঠন আয়োগৰ দুটা পৰামৰ্শ তলত উল্লেখ কৰা  হল-        ক) ভাষাভিত্তিক ৰাজ্য পুনৰ গঠন কৰা।        খ) ৰাজ্যসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা। ২। ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্ৰহন কৰা হৈছিল? এই আইনৰ অধীনত গঠন...

Class 12 Assamese question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। অসমীয়া সাহিত্যৰ এক মূল্যবান সম্পদ 'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল?                                       বা     'কথা-গুৰু-চৰিত' কোনে সম্পাদনা কৰিছিল? উত্তৰঃ- উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ২। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰঃ- আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। ৩। 'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰঃ-'মোৰ মাতৃমুখ দৰ্শন' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰিৱা ৰচনাৱলী ( প্ৰথম খণ্ড) ৰ পৰা সংগ্ৰহ কৰা হৈছে। ৪। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰঃ-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম । ৫। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰঃ- ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ৬। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰঃ- বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাছ। ৭। পদাৰ্থ কণা-ত্বৰক কি? উত্তৰঃ- পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢাই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা-ত্বৰক বো...

Class-12 Geography question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। মুক্ত বাণিজ্য কি? উত্তৰঃ- যেতিয়া এখন দেশে আন এখন দেশৰ লগত বাণিজ্য স্হাপন কৰে,তাকে মুক্ত বাণিজ্য বোলে। ২। বিনিময় প্ৰথা কি? উত্তৰঃ সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হল বিনিময় প্ৰথা।  ৩। বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্হিত? উত্তৰঃ- বিশ্ব বাণিজ্য সংস্হাৰ(World Trade Organisation)-ৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জেনেভাত অৱস্হিত। ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা-       ক) আলিবাট,নদী আৰু খালৰ দুয়োকাষে গঢি উঠা বসতিক কোন আকৃতিৰ?              ১। ঘূৰণীয়া বত্তাকৰ        ২। ৰৈখিক বসতি              ৩। ক্ৰচ-আকৃতিৰ বসতি  ৪। তৰাৰুপী বসতি।        খ) তলত দিয়া কোনখন চহৰ নদীৰ পাৰত অৱস্হিত নহয়?              ১। আগ্ৰা        ২। পাটনা              ৩। ভূপাল      ৪। কলকাতা।     ...

Class-12 Political Science question answer 2021

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি দেশত চৰকাৰে জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰিব পাৰে? উত্তৰঃ-৩৫২ নং অনুচ্ছেদ । ২। শুদ্ব উত্তৰটো বাছি উলিওৱাঃ        ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পাৰ্টি চৰকাৰৰ প্ৰধান মন্ত্ৰী হয়( মোৰাৰজী দেশাই / চৰণ সিং)। উত্তৰঃ- মোৰাৰজী দেশাই। ৩। মণ্ডল আয়োগৰ সভাপতি কোন আছিল? উত্তৰঃ বিন্দেশ্বৰী প্ৰসাদ মণ্ডল। ৪। ১৯৭৫ চনত চৰকাৰে দেশত জাতীয় জৰুৰী অৱস্হা ঘোষণা কৰাৰ কাৰণ কি আছিল? উত্তৰঃ- দেশৰ আভ্যন্তৰীন পৰিস্হিতিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি। ৫। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিয়া নেতাগৰাকীৰ নাম কি? উত্তৰঃ- মেধা পাটকাৰ। ৬। কোনখন জিলাত আৰাক বিৰুধী আন্দোলন আৰম্ভ হৈছিল? উত্তৰঃ- নেৰুলা জিলাত। ৭। খালী ঠাই পূৰ কৰা।         চিপকো আন্দোলন আৰম্ভ হৈছিল......... চনত। উত্তৰঃ- ১৯৭৪ চনত। ৮। সামাজিক আন্দোলনৰ এটা উদাহৰণ দিয়া।  উত্তৰঃ- চিপকো আন্দোলন। ৯। 'অসম চুক্তি' কিমান চনত সম্পাদনা কৰা হৈছিল? উত্তৰঃ- ১৯৮৫ চনত। ১০। আঞ্চলিকতাবাদ মানে কি বুজা? উত্তৰঃ- যি আদৰ্শবাদে কোনো এখন ৰাজ্য বা অঞ্চলক গুৰুত্ব দি চলে তাকে আঞ্চলিকত...

Class-12 Education//মানসিক স্বাস্হ্য আৰু স্বাস্হ্য বিজ্ঞান ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। হাইজিন(Hygine) শব্দটো মূলত ........ শব্দ। (খালী ঠাই পূৰ কৰা) উত্তৰঃ- গ্ৰীক শব্দ। ২। মানসিক স্বাস্হ্য বিজ্ঞান সংজ্ঞা দিয়া। উত্তৰঃ- হেলফিল্ডৰ মতে, 'মানসিক স্বাস্হ্য-বিজ্ঞান মানসিক স্বাস্হ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাশ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জডিত বিজ্ঞান।'               ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰি, 'মানসিক স্বাস্হ্য-বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জডিত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰকে সামৰি লয়।'    ৩। তলত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা-      ১০,১২,১৪,১২,১২,১৬,২০,২৫,৩২  উত্তৰঃ- ১২ ৪। তলৰ ৰাশিসমূহৰ পৰা প্ৰসাৰ উলিওৱা-      ৫,১০,২০,২৬,৩০,২৪,৫০,৬০ উত্তৰঃ-দিয়া আছে,                  ৫,১০,২০,২৬,৩০,২৪,৫০,৬০         এতিয়া,                   প্ৰসাৰ= উচ্চতম ৰাশি - নিম্মতম ৰাশি                ...

Class-12 Political Science//কংগ্ৰেছ ব্যৱস্হাৰ প্ৰতি প্ৰত্যহ্বান আৰু পুণঃ প্ৰতিষ্ঠা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতবৰ্ষৰ কোনটো নিৰ্বাচনক 'ৰাজনৈতিক ভুমিকম্প' বুলি অভিহিত কৰা হয়? উত্তৰঃ- ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন। ২। দলত্যাগৰ অৰ্থ কি? উত্তৰঃ- দলত্যাগ মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা। ৩।  ভাৰতবৰ্ষত কোনটো বছৰক "ভয়ংকৰ দশক" বুলি কোৱা হয়? উত্তৰঃ- ১৯৬০-ৰ দশক। ৪। সংযুক্ত চৰকাৰ কি? উত্তৰঃ- যেতিয়া কোনো নিৰ্বাচনত  ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠ লাভ কৰিব নোৱাৰে তেতিয়া কেইবাটাও দল একগোট হৈ চৰকাৰ গঠন কৰে,ইয়াকে সংযুক্ত চৰকাৰ বোলে। ৫। ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে কোনজন প্ৰাৰ্থীক সমৰ্থন কৰিছিল? উত্তৰঃ- ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে উপৰাষ্ট্ৰপতি ভি.ভি. গিৰিৰ নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছিল। ৬। চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰঃ- ১৯৬৭ চনত। ৭। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে কিমানখন আসন লাভ কৰিছিল ? উত্তৰঃ- ২৮৩ খন।  ৮। সংযুক্ত চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰঃ- ১৯৬৭ চনত। ৯। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীন বিশৃংখলতাৰ কাৰণে জাতীয় জৰুৰ...

Class-12 Education// শিক্ষণ সকলো প্ৰশ্নোত্তৰ ২০২১

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। শিক্ষণৰ কোনটো পদ্ধতিয়ে স্বভাৱিক প্ৰৱনতা আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সম্বন্ধ স্হাপন কৰে? উত্তৰঃ- অনুবন্ধনৰ দ্বাৰা পদ্ধতি। ২। ........... শিক্ষণৰ অনুবন্ধন( মৌলিক) তত্বৰ এজন প্ৰৱৰ্তক আছিল। উত্তৰঃ- আইভান পেভলভ। ৩। প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি ........... দ্বাৰা সমৰ্থিত আছিল। উত্তৰঃ-  এডৱাৰ্ড লী থৰ্ণডাইকৰ দ্বাৰা। ৪। গেষ্টাল্ট এটা........ শব্দ।(খালী ঠাইপূৰ কৰা) উত্তৰঃ- জাৰ্মান শব্দ। ৫। অভিজ্ঞতাৰ যোগেদি........... সংশোধনেই হৈছে শিক্ষণ। উত্তৰঃ- প্ৰতিক্ৰিয়া বা আচৰণ। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য লিখা। উত্তৰঃ- শিক্ষণৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল-          ক) নতুন অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ বাবে শিক্ষণ সংঘটিত হয়।           খ) শিক্ষণ এক সাৰ্বজনীন প্ৰক্ৰিয়া। ২। শিক্ষণৰ প্ৰধান দুটা পদ্ধতি উল্লেখ কৰা। উত্তৰঃ- শিক্ষণৰ প্ৰধান দুটা পদ্ধতি তলত উল্লেখ হল-          ক) প্ৰচেষ্টা আৰু ভুল শিক্ষা পদ্ধতি।          খ) অন্তদৰ...

Class-12 Education question answer 2021//

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰঃ- ৫ জুন তাৰিখে। ২। জনসংখ্যাৰ শিক্ষাৰ ধাৰণাটো কোনে পোন প্ৰথমবাৰৰ বাবে দাঙি ধৰিছিল? উত্তৰঃ- আলভা মিৰদাল। ৩। কেন্দ্ৰীয় চৰকাৰে কিমান চনত "জনসংখ্যা নীতি" ঘোষণা কৰিছিল? উত্তৰঃ- ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত। ৪। পোন প্ৰথমবাৰৰ বাবে "মূল্যবোধ" শব্দৰ প্ৰয়োগ কোনে কৰিছিল ? উত্তৰঃ- জাৰ্মান দাৰ্শনিক ফ্ৰেড্ৰিক নিয়েটয়ে। ৫। "Environment" শব্দটো ফৰাচী ভাষাৰ -------শব্দৰ পৰা আহিছে। উত্তৰঃ- Environer ৬। ১৯৯২ চনত বসুন্ধৰা সন্মিলন------- চহৰত অনুষ্ঠিত হৈছিল। উত্তৰঃ ব্ৰাজিলৰ ৰিঅ' দি জেনেইৰত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-         ক) জনসংখ্যা শিক্ষাই জন সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে।         খ) এই শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহহণা যোগায়। ২। মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰঃ-মূল্যবোধ শিক্ষাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হল-     ...

Class-12 // সেউজ বিল্পৱ।।পৰিকল্পিত বিকাশৰ ৰাজনীতি।।

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। ভাৰতৰ 'সেউজ বিপ্লৱৰ নায়ক' বুলি কাক আখ্যা দিয়া হয়?                            বা     ভাৰতৰ 'সেউজ বিপ্লৱৰ পিতৃ ' বুলি কাক আখ্যা দিয়া হয়? উত্তৰঃ- এম.এছ. স্বামীনাথন(M. S. Swaminathan)। ২। AMUL-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-AMUL-ৰ সম্পূৰ্ণ ৰুপটো হল-Anand Milk Union Limited. ৩। ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" কাক কোৱা হয়?  উত্তৰঃ- ভাৰতবৰ্ষৰ "দুগ্ধ মানৱ" ভাৰ্গিজ কুৰেইনক কোৱা হয়। ৩। বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান গঢি তোলা হৈছে? উত্তৰঃ- নিতি আয়োগ। ( ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে জন্ম লাভ কৰে।) ৪। শ্বেত বিল্পৱ কি? উত্তৰঃ- গাখীৰৰ পৰা উৎপাদিত দ্ৰৱ্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বিল্পৱক শ্বেত বিল্পৱ বোলে। এই বিল্পৱৰ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। ৫। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হয়? উত্তৰঃ- ১৯৫০ চনত। ৬। নিতি আয়োগৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়া কোন? উত্তৰঃ-সিন্ধুশ্ৰী খুল্লাৰ। ৭। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ ...

Class-12 Geography//পৰিবহন আৰু যোগাযোগ

 ক) তলৰ চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ- ১। বিগ-ইঞ্চ পাইপ লাইনে কি পৰিবহন কৰেঃ-     ক) গাখীৰ   খ) LPG     গ) পানী     ঘ) খাৰুৱা তেল। ২।  তলৰ কোনটো ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ?     i) N.H-1     ii) N.H-7    iii) N.H.-6   iv) N.H.-8 ৩। ভাৰতীয় ৰেল ব্যৱস্হাক কেইটা পৰিমণ্ডলত ভাগ কৰা হৈছে?     ক) ৯ টা        খ) ১২      গ) ১৬ টা       ঘ) ১৫ টা। ৪। তলত দিয়াবোৰৰ কোনটো আটাইতকৈ সস্তীয়া যাতায়ত ব্যৱস্হা?     ক) পথ পৰিবহন    খ) ৰেল পৰিবহন     গ) জল পৰিবহন    ঘ) আকাশী পথ। খ) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। পথৰ ঘনত্ব বুলিলে কি বুজা? উত্তৰঃ-প্ৰতি ১০০ বৰ্গ কিঃমিঃ ঠাইত কিমান কিলোমিটাৰ দৈৰ্ঘ পথ আছে,তাকে পথৰ ঘনত্ব বোলে।  ২। সীমান্ত ঘাইপথ কি? উত্তৰঃ- আন্তৰ্জাতিক সীমান্তৰ কাষেৰে নিৰ্মাণ কৰা ঘাইপথবোৰক সীমান্ত ঘাইপথ বোলে। ৩। ভাৰতবৰ্ষত কেতিয়া প্ৰথম ৰেল পথৰ যাতায়তৰ আৰম্ভ হৈছিল? উত্তৰঃ-...

Class-12 Political Science// জাতি নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহ

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰঃ-NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল-  North-East Frontier Agency. ২। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰঃ- ৩৭০ নং অনুচ্ছেদ। ৩। তেলেংগানা ভাৰতৰ------ তম ৰাজ্য হিচাপে পৰিগণিত হৈছে।( খালী ঠাই পূৰ কৰা) উত্তৰঃ- ২৯ তম। ৪। কোন চনত 'ৰাজ্য পুণৰ গঠন আয়োগ ( States reorganisation commission)' গঠন কৰা হৈছিল? উত্তৰঃ- ১৯৫৩ চনত। ৫। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা। উত্তৰঃ-চৰ্দাৰ ভল্লভভাই পেটেল। ৬। কেতিয়া জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল? উত্তৰঃ-১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ লগত চামিলকৰণৰ দলিলত স্বাক্ষৰ কৰিছিল। ৭। "সীমান্ত গান্ধী'' নামেৰে কাক জনাজাত? উত্তৰঃ- "সীমান্ত গান্ধী'' নামেৰে  আব্দুল গফুৰ খান জনাজাত।   খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰঃ- ১। কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ  ৰাজ্য পুণৰগঠন আয়োগে আগবঢাইছিল? উত্তৰঃ- ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ...

Class-12 Economics//চৰকাৰী বাজেট আৰু আৰ্থিক অৱস্হা

 ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰঃ-  ১। চৰকাৰী  বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি। ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া।  উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয়  কৰ ইত্যাদি।  ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। বাণিজ্যিক চক্ৰ কি? উত্তৰঃ-দেশৰ আৰ্থিক অৱস্হা উত্থান পতন  চক্ৰকাৰে হলে তাকেই বাণিজ্যিক চক্ৰ বোলে। খ) অতি চমু প্ৰশ্ন(প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ)-  ১। ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।  উত্তৰ:-ৰাজহুৱা দ্ৰৱ্য আৰু ব্যক্তিগত দ্ৰৱ্যৰ মাজত দুটা পাৰ্থক্য তলত উল্লেখ কৰা হল-            ক) ৰাজহুৱা দ্ৰৱ্যৰ পৰা পোৱা সুবিধ...