Posts

Showing posts from July, 2020

Books related Information

Political Science||HS 2nd Year Final Exam 2023||MCQ

১) কোন চনত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? উত্তৰ : ১৯৬১ চনত| ২) SAARC(ছাত্ৰ) ৰ সম্পূৰ্ণ  অৰ্থ কি? উত্তৰ:      South Asian Association for Regional Co- operation.   ৩) ভাৰতে কোনখন দেশৰ লগত "মুক্ত বাণিজ্য চুক্তি"(Open Door Policy) সম্পাদন কৰিছিল?  উত্তৰ: শ্ৰীলংকা | ৪)  ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়?  উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখ| ৫) ভাৰতে কিঅ'টো প্ৰটকলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে?  উত্তৰ: 2002 চনত| ৬) সেউজ গৃহ  (Green House) গেছ মানে কি বুজা?  ৭)  বিশ্ব জনীন ভাবুকিৰ  এটা উদাহৰণ লিখা| উত্তৰ :গোলকীয় উষ্ণতা | ৮| বিশ্বায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা|  উত্তৰ: ক) বিশ্ব বেংক            খ) বিশ্ব বাণিজ্য সংস্থা  ৯) বিশ্বায়নৰ দুটা কাৰণ লিখা| উত্তৰ : ক) জনসমষ্টিৰ প্ৰব্ৰজন              খ) ইউৰোপীয়  পুঁজিবাদী  ১০) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?  উ...

pcs9

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ৰাষ্ট্ৰসংঘ দিৱস হিচাপে কেতিয়া পালন কৰা হয়? উত্তৰ:-ৰাষ্ট্ৰসংঘ দিৱস হিচাপে ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে পালন কৰা হয়। ২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যৰ সংখ্যা কিমান? উত্তৰ:- ৫ খন।  ৩। শুদ্ধ নে অশুদ্ধ লিখা-         ৰাষ্ট্ৰসংঘ এটা সাৰ্বভৌম সন্হা। উত্তৰ:- অশুদ্ধ ৪। কোনটো বৰ্ষত পাৰমাণৱিক নি: প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? উত্তৰ:- ১৯৬৮ চনৰ জুলাই মাহত।  ৫। ভাৰতে কায়টো প্ৰটকললত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? উত্তৰ:-  ২০০২ চনৰ আগষ্ট মাহত।  খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিয় স্হায়ী সদস্যপদ দিব লাগে দুটা যুক্তি দিয়া। উত্তৰ:-ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্হায়ী সদস্যপদ দিব লাগে । তলত দুটা যুক্তি উল্লেখ কৰা হল-       ক) ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহত জনসংখ্যাৰ দেশ।       খ) ভাৰত বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ২। সমগ্ৰ বিশ্বত মানৱ অধিকাৰৰ ৰক্ষণা-বেক্ষণৰ বাবে কাম কৰি থকা দুটা বে-চৰকাৰী সংগঠনৰ নাম লিখা। উত্...

psc9

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? উত্তৰ:-চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা  আছিল মাও-চে-টুঙ । ২। ভাৰত এছিয়ান( ASEAN)ৰ এখন সদস্য ৰাষ্ট্ৰ। ( হয় নে নহয় লিখা ) উত্তৰ:- নহয়। ৩। চীনে কেতিয়া বিশ্ব বাণিজ্য সংস্হাৰ সদস্য পদ গ্ৰহণ কৰিছিল? উত্তৰ:-  2001 চনত। ৪। কোন দেশে ভাৰতৰ পূৱৰ পিনে চোৱা নীতি(Look East Policy) গ্ৰহণ কৰিছিল? উত্তৰ:-  বাংলাদেশ । ৫। ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ:-  ASEAN ৰ সম্পূৰ্ণ অৰ্থ হল-Association of South-East Asian Nations. ৬) চীনত কিমান চনত কৃষি ব্যক্তিগতকৰণ কৰা হৈছিল? উত্তৰ:-  ১৯৮২ চনত। ৭। SAFTA ৰ সম্পূৰ্ণ অৰ্থ লিখা । উত্তৰ:-  SAFTA ৰ সম্পূৰ্ণ অৰ্থ হল-South Asian Free trade Agreement. ৮। SAFTA চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? উত্তৰ:-  ২০০৪ চনত। ৯। ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? উত্তৰ:-  ৫১ খন। ১০। মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা-পত্ৰ ......চনত গ্ৰহন কৰা হৈছিল। উত্তৰ:-  ১৯৪৮ চনত। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ...

psc7

ক) অতি চমু প্ৰশ্ন ( প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)- ১। আধিপত্য মানে কি ? উত্তৰ :-আধিপত্য মানে কোনো শক্তি,দেশ অথবা ব্যক্তিয়ে আনৰ ওপৰত প্ৰতিষ্ঠা   কৰা সৰ্বাত্মক নিয়ন্ত্ৰণ। এনে নিয়ন্ত্ৰণ কেৱল অৰ্থনৈতিক বা সামৰিক নহয়। এনে নিয়ন্ত্ৰণে সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক,বৌদ্ধিক আদি সকলোবোৰ দিশ সাঙুৰি লয়। ২। এক মেৰুবিশিষ্ট বিশ্ব বুলিলে কি বুজায় ? উত্তৰ :-শীতল যুদ্ধ শেষ হোৱাৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকাই যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে গোটেই বিশ্বত যি নতুন যুগৰ সূচনা কৰে,তাকে এক মেৰুবিশিষ্ট বিশ্ব বোলে। ৩। '' নতুন বিশ্ব শৃংখলা '' ৰ সূত্ৰপাত কেতিয়া আৰম্ভ হয় ? উত্তৰ :-১৯৯১ চনত । ৪। ইৰাকে কেতিয়া কুৱেইট আক্ৰমণ কৰিছিল ? উত্তৰ :- ১৯৯০ চনত । ৫। আমেৰিকাৰ নেতৃত্বত হোৱা  প্ৰথম উপসাগৰীয় যুদ্ধক কি নামেৰে জনা যায় ? উত্তৰ :-আমেৰিকাৰ নেতৃত্বত হোৱা  প্ৰথম উপসাগৰীয় যুদ্ধক - " Operation Desert Storm " --''অপাৰেশ্যন ডেজাৰ্ট ষ্টৰ্ম" নামেৰে জনা যায়। ৬। ইৰাকৰ ৰাষ্ট্ৰপতিয়ে প্ৰথম উপসাগৰীয় যুদ্ধক কি নামেৰে  অভিহিত কৰিছে ? উত্তৰ :- ইৰাকৰ ৰাষ্ট্ৰপতিয়ে প্থম উপসাগৰীয় যুদ্...

জেম৭

পাঠভিত্তিক প্ৰশ্নোত্তৰ- ১। কোন চনত বাৰ্লিন দেৱাল ভংগ হৈছিল ? উত্তৰ:-১৯৮৯ চনৰ নৱেম্বৰ মাহত। ২। ৰাছিয়াত  সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল ? উত্তৰ:- ১৯১৭ চনত। ৩। কোন চনত ছোভিয়েট ৰাছিয়া ভংগ হৈছিল ? উত্তৰ:- ১৯৯১ চনত । ৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায় ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া । ৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে ? উত্তৰ:- :ছোভিয়েট ৰাছিয়া। ৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে? উত্তৰ:- ১৫ খন। ৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল ? উত্তৰ:- মিখাইল গৰ্বাছেভ। ৮। কি আদৰ্শৰ ওপৰত ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্হা প্ৰতিষ্ঠিত ? উত্তৰ:- সমাজবাদী আদৰ্শত। ৯। কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন বহিচাপে জনা যায় ? উত্তৰ:- ছোভিয়েট ৰাছিয়া ।  ১০। ছোভিয়েট ৰাছিয়াৰ কোনখন গণৰাজ্যই প্ৰথমে স্বাধীনতা ঘোষণা কৰিছিল ?                                           বা        ছোভিয়েট ৰাছ...

economics 4

ক) অতি চমু প্ৰশ্ন(প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ)-  ১। চৰকাৰী  বাজেট কি? উত্তৰ:-চৰকাৰী বাজেট হল আগন্তুক বিত্তীয় বচৰটোৰ বাবে ( ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) যুগুত কৰা বাৰ্ষিক বিত্তীয় বিবৃতি । ২। অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া। উত্তৰ:-অনাকৰ ৰাজহৰ উদাহৰণ হল- মাচুল,জৰিমনা ইত্যাদি। ৩। প্ৰত্যক্ষ কৰ কি উত্তৰ:-যিবিধ কৰৰ সংঘাত একেজন ব্যক্তিৰ ওপৰত পৰে,তেনে কৰক প্ৰত্যক্ষ কৰ বোলে। যেনে- আয়কৰ, কোম্পানী আয়  কৰ ইত্যাদি।  ৪। পৰোক্ষ কৰ কি উত্তৰ:- যিবিধ কৰৰ সংঘাত এজন ব্যক্তিৰ ওপৰত পৰে; কিন্তু ব্যক্তিজনে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে,তেনে কৰক পৰোক্ষ কৰ বোলে। যেনে- বিক্ৰী কৰ,সেৱা কৰ, আমদানি-ৰপ্তানি শুল্ক ইত্যাদি। ৫। ৰাজহ ঘাটি কি উত্তৰ:- যেতিয়া চৰকাৰৰ ৰাজহ আয়তকৈ ৰাজহ ব্যয় বেছি,তেতিয়া তাক ৰাজহ ঘাটি বোলে। অৰ্থাৎ,ৰাজহ ঘাটি=ৰাজহ ব্যয়+ৰাজহ আয়। ৬। ৰাজহ ঘাটিৰ তাৎপৰ্য্য কি উত্তৰ:- ৰাজহ ঘাটিৰ তাৎপৰ্য্য হল ৰাজহ ঘাটিয়ে চৰকাৰৰ ৰাজকোষীয় নীতি প্ৰতিফলন কৰে।  ৭। ৰাজকোষীয় ঘাটি কি উত্তৰ:- চৰকাৰৰ মুঠ ব্যয় আৰু মুঠ প্ৰাপ্তিৰ মাজত থকা পাৰ্থক্যকেই ৰাজকোষীয় ঘাটি বোলে। অৰ্থাৎ,ৰাজকোষীয় ঘাটি=মুঠ ব...

psc6

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মণ্ডল আয়োগৰ যিকোনো এটা পৰামৰ্শ লিখা। উত্তৰ:-মণ্ডল আয়োগৰ এটা পৰামৰ্শ হল অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭ শতাংশ চাকৰিৰ আসন সংৰক্ষণ কৰা । ২। ভাৰত চৰকাৰে মণ্ডল আয়োগ ----- চনত নিযুক্তি দিছিল।( খালী ঠাই পূৰ কৰা) উত্তৰ:-১৯৭৯ চনত। (ইয়াৰ অধ্যক্ষ আছিল বি.পি. মণ্ডল।) ৩। কেন্দ্ৰীয় চৰকাৰে প্ৰথম পিছপৰা শ্ৰেণীসমূহৰ আয়োগ কিমান চনত নিয়োগ কৰে? উত্তৰ:-১৯৫৩ চনত । ৪। অৰ্থনৈতিক সংস্কাৰ কিমান চনত আৰম্ভ হৈছিল? উত্তৰ:- ১৯৯১ চনত। ৫।  সংবিধানৰ------জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিছে।( খালী ঠাই পূৰ কৰা।)   উত্তৰ:- ৩৭০ নং অনুচ্ছেদ অনুসৰি   ৬। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল? উত্তৰ:-নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটকাৰে। খ) প্ৰতিটো ২ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ লিখা। উত্তৰ:-মণ্ডল আয়োগৰ দুটা পৰামৰ্শ হল-          ক)  অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭ শতাংশ চাকৰিৰ আসন সংৰক্ষণ কৰা।                 খ) জাতিভিত্তিক সুৰক্ষ...

psc5

ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। 'ভাৰতৰ দুগ্ধমাণৱ' বুলি কাক কোৱা হয়? উত্তৰ:- 'ভাৰতৰ দুগ্ধমাণৱ' বুলি ভাৰ্গিজ কুৰেইনক কোৱা হয়। ২। পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? উত্তৰ:- 1951 চনত। ৩। বৰ্তমান সময়ত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্ৰতিষ্ঠান জন্ম লাভ কৰিছে? উত্তৰ:- নিতি আয়োগ । ৪। চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল? উত্তৰ:- ১৯৬২ চনত। ৫। ১৯৭২ চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলী ভুট্ৰোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি? উত্তৰ:- চিমলা চুক্তি। ৬। ভাৰতে কেতিয়া প্ৰথম পাৰমাণৱিক বিস্ফোৰণ কাৰ্য সম্পাদন কৰিছিল? উত্তৰ:- ১৯৭৪ চনৰ মে' মাহত । ৭। 'সিন্ধ পানী চুক্তি' কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ:- ১৯৬০ চনত। ৮। দলত্যাগৰ অৰ্থ কি? উত্তৰ:-দলত্যাগ মানে হল নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁ যি দলৰ টিকট লৈ নিৰ্বাচিত হৈছিল সেই দল ত্যাগ কৰি অন্য দলত যোগদান কৰা। ৯। চতুৰ্থ সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?   উত্তৰ:-১৯৬৭ চনত। ১০। ১৯৭৫ চনত জৰুৰীকালীন অৱস্হা ঘোষণা কৰা ভাৰতীয় ৰাষ্ট্ৰপতিগৰাকীৰ নাম লিখা। উত্তৰ:-ফখৰুদ্দিন আলী আহমেদ। খ) প্ৰতিটো ২ ন...
ক) প্ৰতিটো ১ নম্বৰৰ প্ৰশ্নোত্তৰ- ১। ভাৰতীয় সংবিধান কেতিয়া কাৰ্য়কৰী কৰা হয়? উত্তৰ:-ভাৰতীয় সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্য়কৰী কৰা হয়। ২। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (NDA)-ৰ নেতৃত্ব কোনটো ৰাজনৈতিক দলে বহন কৰিছিল?  উত্তৰ:-ভাৰতীয় জনতা পাৰ্টি । ৩। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কোন দলে দ্বিতীয় স্হান লাভ কৰিবলৈ সক্ষম হৈছিল? উত্তৰ:-ভাৰতীয় কমিউনিষ্ট পাৰ্টি । ৪। কোন অনুচ্ছেদৰ অধীনত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল? উত্তৰ:-৩৭০ নং অনুচ্ছেদ। ৫। কোন চনত ৰাজ্য পুনৰ গঠন আয়োগ কাৰ্যকৰী কৰা হৈছিল? উত্তৰ:- 1953 চনত। ৬। NEFA-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰ:- NEFA-ৰ সম্পূৰ্ণ ৰুপটো হল- North East Frontier Agency. ৭। কোনখন দেশীয় ৰাজ্যই পোণ প্ৰথম সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনিষ্ঠিত কৰিছিল?   উত্তৰ:- মণিপুৰ । ৮। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম লিখা । উত্তৰ:- স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰীৰ নাম হল চৰ্দাৰ বল্লভভাই পেটেল।  ৯। সংবিধান সমিতিৰ খচৰা সভাপতিৰ নাম লিখা। উত্তৰ:- ড০ বি. আৰ. আম্বেদকাৰ। ১০। খালী ঠাই পূৰণ কৰা...
1. Who is the " Chota Sahib"in the "Memorirs of a Chota Sahib"?   Ans: The " Chota Sahib"in the "Memorirs of a Chota Sahib" is the auther John Rowntree. 2. At what time of the year was the North Bank'delightful'?     Ans: The North Bank was 'delightful' during the cold weather of the year. 3. Who was John Rowntree? Ans: John Rowntree was the last British senior Conservator of Forests of Assam. 4. What position did John Rowntree hold before leaving Shillong a few days after independence?   Ans: John Rowntree was the last British Senior Conservator of Forest of Assam before leaving Shillong a few days after independence.  5. Where did John Rowntree and his family make their first home at Gauhati?   Ans: John Rowntree and his family made their first home at Gauhati in a Bungalow on the bank of the Brahmaputra. 6. What are the headquarters of the Kamrup District?   Ans: The headquarters of the Kamrup District are Gauh...

englis.5

                                   Going places 1. Who is the writer of "Going places"? Ans: the writer of "Going places"is A. R.Barton. 2.How was Geoff employed? Ans: Geoff was employed as an apprentice mechanic. 3.What does Sophie want to have when she grows up? Ans: Sophie wants to have a boutique of her own when she grows up. 4.Who are the two friends in the story" Going Places"? Ans: the two friends in the story" Going Places"are Sophie and Jansie. 5.Where was it most likely that the two girls would find work after school? Ans: It was most likely that the two girls would find work in a biscuit factory after school. 6.Who is Derek? Ans: Derek is the younger brother of Sophie. 7. Who is Geoff? Ans:Geoff is Sophie`s elder brother. 8.Which country did Danny Casey play football for? Ans: Danny Casey played football for Ireland. 9.Did Sophie really meet Danny Casey? Ans: N...

ASSAMESE.3

১। শংকৰদেৱ আৰু মাধৱদেৱৰ  প্ৰথম সাক্ষতক কি বুলি অভিহিত কৰা হয়? উত্তৰ:-শংকৰদেৱ আৰু মাধৱদেৱৰ  প্ৰথম সাক্ষতক  'মণিকাঞ্চন সংযোগ' বুলি অভিহিত কৰা হয়।  ২। কোনখন গ্ৰন্তক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? উত্তৰ:- নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। ৩। 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো কি ৰাগত বন্ধা? উত্তৰ:- 'উঠৰে উঠ বাপু গোপাল হে ' বৰগীতটো ' কৈ' ৰাগত বন্ধা। ৪। 'বিশ্বখনিকৰ' কোন শ্ৰেণীৰ কবিতা? উত্তৰ:- 'বিশ্বখনিকৰ' আধ্যাত্মিক শ্ৰেণীৰ কবিতা। ৫। 'জ্ঞানমালিনীৰ কবি' ৰুপে কাক জনাজাত? উত্তৰ:- 'জ্ঞানমালিনীৰ কবি' ৰুপে কবি মফিজুদ্দিন আহমদ হাজৰিকাক জনাজাত। ৬। নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ:- নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হল 'এৰি অহা দিনবোৰ'। ৭। 'মিলন' কবিতাটো কবিৰ কোনখন কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ:- 'মিলন' কবিতাটো কবিৰ 'সন্ধিয়াৰ সুৰ' কবিতাপুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। ৮। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাপুথিৰ নাম কি? উত্তৰ:- জ্যোতিপ্...

indigo

1. Who is the auther of " Indigo"? Ans: the auther of " Indigo" is Louis Fischer. 2. Who was sir Edward Gait?                      or    Who apponited an official commission of inquary into the indigo sharecropers situation? Ans: Sir Edward Gait was the Lieutenant Governor who appointed an official commission of inquiry into the indigo sharecropers situation. 3. Whom did Gandhi and Shukla propose to meet at Patna? Ans: Gandhi and Shukla proposed to meet  Rajendra Prasad at Patna. 4. Why was Gandhi visiting lucknow in 1916? Ans: Gandhi was visiting Lucknow in 1916 to present in the annual convention of the Indian National Congress Party. 5. Where is Champaran situated? Ans: Champaran is situated in the foothills of the towering Himalayas,near the Kingdom of Nepal. 6. What was Gandhi`s politics intertwined with? Ans: Gandhi`s politics were intertwined with the practical day to day problems of the mill...

assamese 2

১। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি? উত্তৰ:-ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ। ২। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? উত্তৰ:-তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ সত্য আৰু ধৰ্ম। ৩। 'অন্নং ন নিন্দ্যাত,অন্নং বহুকুৰ্ৱীত তদব্ৰতম।'-- এনেদৰে কোন উপনিষদে কৈছে? উত্তৰ:-তৈত্তিৰীয় উপনিষদে। ৪। 'চিত্ৰবন'ষ্টডিঅ' কোনে নিৰ্মাণ কৰিছিল? উত্তৰ:-চিত্ৰবন'ষ্টুডিঅ' জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। ৫। হাই ডেফিনেচন ডিজিটেল পদ্ধতিত নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ:-জাংফাই জোনাক। ৬। ভূপেন হাজৰিকাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বটাঁ লাভ কৰা ছবিখনৰ নাম কি? উত্তৰ:-চামেলি মেমচাব। ৭। 'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্হৰপৰা লোৱা হৈছে? উত্তৰ:-'বৈজ্ঞানিক মানসিকতা কিদৰে গৰিব পাৰোঁ' প্ৰবন্ধটো লেখকৰ 'বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্হৰপৰা লোৱা হৈছে। ৮। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ:-বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ক্ষুদ্ৰ ভাইৰাছ। ৯। পদাৰ্থ কণা-ত্বৰক কি? উত্তৰ...

উৎপাদন ফলন

ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ নম্বৰৰ)-- ১। উৎপাদন ফলন কি? উত্তৰ:-এটা প্ৰতিষ্ঠানে উৎপাদন কৰা উৎপন্ন আৰু তাৰ বাবে ব্যৱহাৰ কৰা উপাদানৰ মাজত সম্পৰ্কটোকে উৎপাদন ফলন  বোলে। অৰ্থাৎ,           Q=f(L,K)     ইয়াত,                  Q=উৎপাদন                   L,= শ্ৰমিক                   K=মূলধন ২। সমউৎপাদন ৰেখা কি? উত্তৰ:-সমউৎপাদন ৰেখা হল দুটা উপাদনৰ সকলো জোঁটৰ সংহতি যিয়ে সমপৰিমাণৰ সৰ্বোচ্চ সম্ভাব্য উৎপন্ন স্তৰ দিয়ে। ৩। স্তিৰ খৰচ কি?   উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি নহয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ নকমে,সেই খৰচেই হল স্তিৰ খৰচ। উদাহৰণ,যন্ত্ৰপাতিৰ বাবদ হোৱা খৰচ ,স্হায়ী শ্ৰমিকৰ মজুৰি আৰু কৰ ইত্যাদি। ৪। পৰিৱৰ্তনশীল খৰচ কি? উত্তৰ:-যেতিয়া উৎপাদনৰ পৰিমাণ বৃদ্ধি হয় তেতিয়া খৰচ বৃদ্ধি হয় আৰু যেতিয়া উৎপাদনৰ পৰিমাণ কমি যায় তেতিয়া খৰচ কমি যায়,সেই খৰচেই হল পৰিৱৰ্তনশীল খৰচ। উদাহ...

ক্ৰমবাচক উপভোক্তা মাৰ্গ

ক) অতি চমু প্ৰশ্ন( প্ৰতিটো ১ প্ৰশ্নোত্তৰ):-- ১। বাজেট ৰেখা কি উত্তৰ:- উপভোক্তা এজনৰ নিৰ্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নিৰ্দিষ্ট দামত যি পৰিমাণৰ টোপোলা উপভোক্তাজনে ক্ৰয় কৰিব পাৰে( যত মুঠ আয় =মুঠ ব্যয়),তাকে লেখচিত্ৰত সহায়ত উপস্হাপন কৰাকে বাজেট ৰেখা বোলে।      ইয়াৰ চৰ্ত হল:- Px+Py=M  যত,Px+Py= দুটা দ্ৰৱ্য                M =  মুঠ আয়     ২। বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি বুজাই? উত্তৰ:- বাজেট ৰেখাৰ তলৰ বিন্দুবিলাকে সেইবিলাক টোপালক বুজায় যিবিলাকৰ উপভোগৰ ব্যয় মুঠ আয়তকৈ কম হয় । ৩। বাজেট ৰেখাৰ আকৃতি কেনে কোৱা? উত্তৰ:- বাজেট ৰেখাৰ আকৃতি তলফালে হেলনীয়া। ৪। নিৰপেক্ষ ৰেখা কি? উত্তৰ:- যিডাল ৰেখাৰ বিভিন্ন বিন্দুত নিৰ্দিষ্ট সামগ্ৰী দুটাৰ বিভিন্ন সমষ্টি বুজোৱা হয় আৰু সেই সমষ্টিৰ পৰা গ্ৰাহকে লাভ কৰা সন্তুষ্টিৰ পৰিমাণ একেই বা সমাণ হয়,সেই ৰেখাডালকে নিৰপেক্ষ ৰেখা বোলে। ৫। নিৰপেক্ষ মানচিত্ৰ কি?   উত্তৰ:- একেটা চিত্ৰতে এডালতকে অধিক নিৰপেক্ষ ৰেখা অংকণ কৰাকে নিৰপেক্ষ মানচিত্ৰ  বোলে। ৬।  নিৰপেক্ষ ৰেখাৰ...

assamese1

১। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰ:-আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ  আছিল কৰ্ম আৰু সাধনা । ২। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্তত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? উত্তৰ:-আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত'ৰ গ্ৰন্তত কামৰুপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। ৩। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? উত্তৰ:-ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল। ৪। 'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি প্ৰথমে ক'ত প্ৰকাশ পাইছিল? উত্তৰ:-'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি প্ৰথমে 'জয়ন্তী' আলোচনীত  প্ৰকাশ পাইছিল। ৫। 'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ:-'হস্তিবিৰ্দ্যাণৱ পুথি' শীৰ্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত 'সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ' নামৰ গ্ৰন্তখনৰ পৰা সংগ্ৰহ কৰা হৈছে। ৬। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ:-আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ইয়াৰ কাৰণ দুটা হল-        ক) পথ দুৰ্গম হোৱাৰ বাবে অসমৰ ...

ASSAMESE 1

১। ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো কৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' শীৰ্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী ( প্ৰথম খণ্ডৰ ) ৰ পৰা সংগ্ৰহ কৰা হৈছে। ২। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম লিখা । উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিৰ নাম হল কদমকলি। ৩। ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আৰু  'জ্ঞান'  কোন আছিল ? উত্তৰ :- ''মোৰ মাতৃমুখ দৰ্শন'' ৰ লেখকে উল্লেখ কৰা  'মাউজি'  আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান'   আছিল মিষ্টাৰ জে. বৰৱা। ৪। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ উল্লেখ কৰা । উত্তৰ :- লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ দুটা কাৰণ তলত উল্লেখ কৰা হল-             ক) প্ৰাকৃতিক সৌন্দৰ্য;             খ)  প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা। ৫।  ''পানীমে মীন পিয়াসী।          মোক শুনত শুনত লাগে হাসি।।'' ---এই পদফাকিৰ তাত্ত্বিক অৰ্থ কি? উত্তৰ :- উক্ত পদফাকিৰ তাত...

উপভোক্তাৰ আচৰণ তত্ব

ক) অতি চমু প্ৰশ্ন(প্ৰতি প্ৰশ্নোত্তৰ ১ নম্বৰ):-- ১। উপযোগিতা কি উত্তৰ:- সামগ্ৰী বা সেৱাকাৰ্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। স্বাস্হ্যৰ প্ৰতি ক্ষতিকাৰক সামগ্ৰী একোটাৰো উপযোগিতাথাকিব পাৰে,যদিহে সেই সামগ্ৰীটোৱে কোনো এজন গ্ৰাহকৰ অভাৱ পূৰণ কৰিব পাৰে। ২। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি উত্তৰ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অনুসৰি যদিহে এজন উপভোক্তাই এটা নিৰ্দিষ্ট দ্ৰৱ্যৰ এটাৰ পিছত আনটো গোট উপভোগ কৰি গৈ থাকে,তেন্তে দ্ৰৱ্যটোৰ প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়। ৩। উপভোক্তাৰ ভাৰসাম্য কি উত্তৰ:উপভোক্তাৰ ভাৰসাম্য হল এনে এটা অৱস্হা বুজাই যত উপভোক্তাজনে তেওঁৰ নিৰ্দিষ্ট আয়ৰ পৰা ক্ৰয় কৰা দ্ৰৱ্যৰ পৰা সৰ্বাধিক সন্তুষ্টি পায়।     ইয়াৰ দুটা চৰ্ত হল    ক) MUx=Px       যত, MUx='X' দ্ৰৱ্যৰ প্ৰান্তিক উপযোগিতা             Px='X' দ্ৰৱ্যৰ বজাৰ দৰ    খ) MUx/Px=MUy/Py        যত, MUx='X' দ্ৰৱ্যৰ প্ৰান্তিক উপযোগিতা               MUy='Y'দ্ৰৱ্যৰ...

the lost spring

Chapter- 2                                      Lost spring                                                                                 Anees Jung              Very short answer type questions & answers                                         (1 Marks Each ) 1. Who is the auther of " lost Spring"? Ans : The auther of " lost Spring" is Anees Jung. 2. what is 'lost spring'about? Ans: " lost Spring" is about the poor Children like Saheb and Mukesh who lost thier childhood Days,due to poverty. 3. where was the original home of Saheb`s family? ans : ...

the problem of economy

ক) অতি চমু প্ৰশ্নোত্তৰ ( ১ ,২ আৰু ৩ নম্বৰ প্ৰতিটো)। ১। দ্ৰৱ্য এটা উদাহৰণ দিয়া? উত্তৰ: যিবোৰ বস্তুক স্পৰ্শ কৰিব পাৰি আৰু অভাৱ পুৰণ কৰিব পাৰি,তাকে দ্ৰৱ্য বোলে। উদাহৰণস্বৰুপে, খাদ্য বস্তু, বাসস্থান ইত্যাদি। ২। সেৱাএটা উদাহৰণ দিয়া  ? উত্তৰ :যিবোৰ বস্তুক স্পৰ্শ কৰিব নোৱাৰি আৰু অভাৱ পুৰণ কৰিব পৰা ক্ষমতা থাকে,তাক সেৱা বোলে। উদাহৰণস্বৰুপে,ডাক্তৰ, শিক্ষক ইত্যাদি। ৩। সুযোগ ৱ্যয় কি? উত্তৰ উতপাদনবোৰ বিকল্প ব্যৱহাৰৰ ফলত যি ক্ষতি হয়,তাকে সুযোগ ৱ্যয় বোলে। উদাহৰণস্বৰুপে, এজন খেতিয়কে যদি বেছিকৈ ধান উতপাদন কৰাব বিচাৰে,তেনেহলে খেতিয়কে আন সামগ্ৰী কম পৰিমানে উতপাদন কৰিব লাগিব। যাৰফলত, কিছু ৱ্যয় হয়। ৪। সুযোগ ৱ্যয়ক----------বুলি কোৱা হয়। উত্তৰ :সুযোগ ৱ্যয়ক  অৰ্থনৈতিক ৱ্যয়  বুলি কোৱা হয়। ৫। মিশ্ৰ অৰ্থনীতি কি? উত্তৰ:মিশ্ৰ অৰ্থনীতি হল ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অৱস্হান। ৬। দুষ্প্ৰাপ্যতা মানে কি? উত্তৰ:দুষ্প্ৰাপ্যতা মানে হল যিবোৰ বস্ত পাবলৈ টান অৰ্থাত যিবোৰ বস্তু পোৱা সহজে পোৱা নাযায়। ৭। বজাৰ অৰ্থনীতি কি? উত্তৰ:বজাৰ অৰ্থনীতি হল এনে এটা অনুষ্টান যত বজাৰৰ জৰিয়তে  আট...

COLD WAR

১। আমেৰিকা যুক্তৰাষ্ট্ৰই কিমীন তাৰিখে জাপানৰ দুখন চহৰত আনৱিক বোমা নিক্ষেপ কৰে? উত্তৰ:- ১৯৪৫চনৰ ৬ আগষ্ট তাৰিখে। ২। ছোভিয়েট ৰাছিয়াই কিমান চনত প্ৰথম পাৰমাণৱিক বোমা পৰীক্ষন কৰিছিল? উত্তৰ:- ১৯৪৯ চনৰ আগষ্ট মাহত। ৩। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আন্তৰাষ্ট্ৰীয় শান্তি বাবে প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নাম কি? উত্তৰ:- ৰাষ্ট্ৰসংঘ (১৯৪৫ চনৰ অক্টোবৰ তাৰিখ)। ৪। NATO-ৰ সম্পূৰ্ণ ৰুপটো লিখা। উত্তৰ:- NATO-ৰ সম্পূৰ্ণ ৰুপটো হল-North Atlantic Treaty Organization. ৫। NATO-কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ:- NATO- ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। ৬। NATO-ৰ মুখ্য কাৰ্য্যালয় কত অৱস্হিত? উত্তৰ:- NATO-ৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰাছেলচত অৱস্হিত। ৭। ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম লিখা । উত্তৰ:- ছোভিয়েট ৰাছিয়াই গঠন কৰা সামৰিক মিত্ৰজোঁটৰ নাম ৱাৰ্শ্ব চুক্তি। ৮। ৱাৰ্শ্ব চুক্তি কিমান চনত প্ৰতিষ্ঠা লাভ কৰে? উত্তৰ:-ৱাৰ্শ্ব চুক্তি ১৯৫৫ চনৰ ১৪ মে' তাৰিখে প্ৰতিষ্ঠা লাভ কৰে । ৯। ৱাৰ্শ্ব চুক্তিৰ মুখ্য  কাৰ্যালয় কত অৱস্হিত ? উত্তৰ:-ৱাৰ্শ্ব চুক্তিৰ মুখ্য  কাৰ্যালয় পোলেণ্ডৰ ৱা...